স্বাধীন ন্যায়পালিকাৰ প্ৰয়োজনীয়তা  কি?

যিকোনো  সমাজৰ ব্যাক্তি মাজত ব্যাক্তি আৰু সমষ্টি মাজত আৰু ব্যক্তি বা সমষ্টি আৰু চৰকাৰৰ মাজত বিবাদ  হোৱাটো নিশ্চিত। এই বিবাদবোৰ এক স্বাধীন অনুষ্ঠানে আইনৰ শাসনৰ নীতিৰ ভিত্তিত নিষ্পত্তি কৰা প্ৰয়োজন। আইনৰ শাসনৰ ধাৰণা অনুসৰি সমাজৰ সকলো ব্যক্তি ধনী - দুখীয়া পুৰুষ- মহিলা ন্যায়পালিকাৰ  প্ৰধান দায়িত্ব হল আইনৰ অধীন। ন্য়ায়পালিকাৰ প্ৰধান দায়িত্ব হল আইনৰ শাসনৰ ৰক্ষণাবেক্ষণ দিয়া আৰু আইনৰ সৰ্বোচ্চতা নিশ্চিত কৰা। ন্যায়িপালিকাই ব্যক্তিৰ অধিকাৰ সুৰক্ষা কৰে আৰু আইন অনুসৰি বিবাদ নিষ্পত্তি কৰে।  গতন্ত্ৰৰ নামত কোনোব্যক্তি  বা দলৰ আধিপত্য যাতে প্ৰতিষ্ঠা নহয় তাৰ প্ৰতিও ন্যায়পালিকাই সতৰ্ক দৃষ্টি ৰাখে।  এইধৰণৰ গুৰুত্বপূৰ্ণ দায়িত্ব সুকলমে পালন কৰিবলৈ হলে ন্যায়পালিকাৰ যিকোনো ধৰণৰ ৰাজনৈতিক  প্ৰভাৱৰ পৰা মুক্ত  আৰু স্বতন্ত্ৰ হোৱাটো নিতান্তই প্ৰয়োজন।

    স্বাধীন ন্যায়পালিকাৰ অৰ্থ কি? ন্যায়পালিকাৰ স্বাধীনতা কিদৰে নিশ্চিত কৰা হয়?

Type Sumit Patar

Class 11 Political science