লেখ জাৰি ক্ষমতা

এজন নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হলে তেওঁ পোনে পোনে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। উচ্চতম ন্যায়ালয়ে নাগৰিকৰ অধিকাৰ ৰক্ষাণাবেক্ষণৰ বাবে লেখ জাৰি কৰি বিশেষ নিৰ্দেশ দিব পাৰে। যেনে- বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা কৈফিয়ৎ তলবী আদেশ আৰু উৎপ্ৰেষণ আদেশ জাৰি কৰিব পাৰে। উচ্চ ন্যায়ালয়বোৰেও লেখ জাৰি কৰিব পাৰে। যিজন ব্যক্তি অধিকাৰ ভংগ হয় তেওঁ নিজৰ পছন্দ অনুসৰি উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ত পোনে পোনে আবেদন কৰি পাৰে । এই ধৰণৰ লেখ জাৰি কৰি ন্যায়ালয়ে কাৰ্যপালিকাক কোনো কাৰ্য্য নিৰ্দিষ্ট ধৰণে সম্পাদন কৰিবলৈ বা সম্পাদন কৰাৰ বিৰত থাকিবলৈ নিৰ্দেশ দিব পাৰে। 

Type Sumitg Patar

Class11Politoical Science 





Post ID : DABP005227