এতিয়া আছে মাথোঁ... । জুবিনৰ অসমীয়া গান এতিয়া আছো মাথো ... । এতিয়া আছে মাথোঁ...... জুবিন গাৰ্গৰ অসমীয়া গান ।   Zubeen Garg Assamese Song Atiya Mathu... | 


 এতিয়া আছে মাথোঁ......

এতিয়া আছে মাথোঁ 

তেজৰঙা এখন নদী 

মোৰ জীৱন জুৰি বয় 

দুখেৰে ঢৌ তুলি 

নাই কোনো সীমনা 

দুহাতে সানি লওঁ 

তপত চকুলো 

চকুৰ পতাত আজি 

এন্ধাৰ আকিলো 

বুকু উজাৰি 

যায় সময় 

নীৰৱ স্বপ্ন হৈ 

বুকু আজি শিল হৈ 

শিল হৈ ৰয় 

এতিয়াও আছে..... 

সোঁৱৰণীয়ে আজি 

দিয়েহি বেদনা 

নিজকে বিলাইদি 

নেপালো প্ৰৰণা 

কোন সীমানাত আছে 

সময় 

মৰমৰ বৰষা হৈ 

মনে আজি বাট চাই 

শিল হৈ ৰয় 

এতিয়া....।।