এজাক বৰষুনে....। জুবিন গাৰ্গৰ অসমীয়া গান এজাক বৰষুণে ... । এজাক বৰষুণে জুবিন গাৰ্গৰ অসমীয়া গান। Zubeen Garg Assamese song Ejak Borokhune Muk|     

এজাক বৰষুণে ... 


 এজাক বৰষুণে মােক ধুই থৈ গ'ল ... 

এজাক সুবাসে মােক চুই থৈ গ'ল ...

 কোমল কোমল তােমাৰ ওঁঠৰ পৰশে

 সজল সজল তােমাৰ চকুৰ মৰমে 

পাগল পাগল পাগল পাগল কৰি গ'ল ...

 কোমল কোমল তােমাৰ ওঁঠৰ পৰশে 

সজল সজল তােমাৰ চকুৰ মৰমে ।

 পাগল পাগল পাগল পাগল কৰি গ'ল ... 

এতিয়া ক'লৈ যাওঁ ...

 তােমাকে ক’তেনাে পাওঁ ... 

এজাক বৰষুণে মােক ধুই থৈ গ'ল ... 

এজাক সুবাসে মােক চুই থৈ গ'ল ... 


শুকান শুকান শুকান শুকান মাটিতে ।

 নিজান নিজান নিজান নিজান পৰতে 

অভিনৱ তােমাৰ অনুভৱ

নীলিম , নীলিম নীলিম নীলিম আশাতে

 অসীম অসীম অসীম অসীম স্বপ্নতে

 সপােন যেন দিঠক

 অচিন অচিন তেমাৰ মিঠা কথাতে

 সেউজ সেউজ তেমাৰ হিয়াৰ ভাষাতে 

শন্তিও যেন সুলভ

 থুনুক থানাক তােমাৰ ওঁঠৰ শবদে

 ৰুনুক জুনুক নুপূৰ বজাই হিয়াতে

 দিয়েহি পুলক .. 

এজাক বৰষুণে মােক ধুই থৈ গ'ল ..

. এজাক সুবাসে মােক চুই থৈ গ'ল ...

পােৱাল পােৱাল পােৱাল পােৱাল হিয়াকে

 চুব দিয়া চুব দিয়া মােকে অন্ধ মই প্ৰেমৰ 

উগুল গুগুল উগুল গুগুল ভাষাতে

কৰুণ কৰুণ কৰুণ কৰুণ আশাতে

 দীপ্ত তােমাৰ মনােভাৱ 

আকাশ বতাহ কঁপাই দিয়া প্রেমেৰে

 হৃদয় উজাই গঢ়ি দিয়া গানেৰে

 নিগৰাই সুৰৰে উচন 

টোপাল টোপাল টোপাল টোপাল মৰমে

 উমাল উমাল উমাল উমাল পৰশে 

জোকাৰক হৃদয়ৰ খবৰ 


এজাক বৰষুণে মােক ধুই থৈ গ'ল ... 

এজাক সুবাসে মােক চুই থৈ গ'ল ...।। *