জোনাকে কাণে কাণে আহি কলে । জুবিনৰ অসমীয়া গান কাণে কাণে আহি কলে । কাণে কাণে আহি কলে জুবিনৰ অসমীয়া গান । Zubeen Garg Assamese  Song Junake Kane Kane Ahi Kole |  


জোনাকে কাণে কাণে আহি কলে

 

জোনাকে কাণে কাণে আহি কলে

নিবিড় অবুজ ভাষাৰে

তুমি মোৰ মাথোঁ মোৰ

নীৰৱে জ্বলি থকা তৰাবোৰ

বাৰে বাৰে কব খোজে

তুমি মোৰ মাথোঁ মোৰ...

তুমি মোৰ মাথোঁ মোৰ...।

 

ফুলৰ পাহে পাহে,

মেঘৰ আঁৰে আঁৰে

তুমি আছা প্ৰীতি হৈ

মোৰ বাবেই নীৰৱে

প্ৰীতি জুৰি আছে মাথোঁ

মোৰ দুখ নোপোৱাৰ

জোনাকে কাণে কাণে...।

 

তুমি অহাৰে পৰত

ফুলে হিয়াৰ পাহি

মৰমতে সাগৰত তুমি থকা উমলি

প্ৰীতি জুৰি আছা তুমি বিয়পি

বুকু জুৰি আছা মাথোঁ

মোৰ দুখ নোপোৱাৰ...।

জোনাকে কাণে কাণে...।