উজাগৰী বুকুতে । জুবিনৰ অসমীয়া গান উজাগৰী বুকুতে। উজাগৰি বুকুতে জুবিনৰ অসমীয়া গান । Zubeen Garg Assamese Song Ujagori Bukute |  

                        উজাগৰী বুকুতে

 

উজাগৰী বুকুতে

নিশা মোৰ কিয় সাৰে ৰয়

নাজানানে  ৰাতিয়ে

নিৰৱে মোৰ কথা কয়

সুৰে সুৰে গানৰ

আলোড়ন উলাহৰ

জানানে নাজানা

জানো জানো জানো 

হে হে হে

উজাগৰী...

তৃষ্ণাৰে দীপালি

জ্বলালা আজি হিয়াতে

বহু যুগৰে হেঁপাহে

আছে বাটে চাই আমোল

সোণালী চকু মেলি

উজলিলা চকু মেলি

জীৱনৰ ফাগুনৰ

এমুঠি ফুল হৈ

আকুলুৱা প্ৰাণতে

বাজি ৰল এধানি সুৰ হৈ ।।