অ’ মাইজান তোকে দেখা পাই


অ
’ মইাজান তোকে দেখা পাই

অ’ মইাজান ৰাতি টোপনি নাই

মইাজান মোৰ বুকু চমেচমাই।।

অ’ মইাজান এয়া ব’হাগত

অ’ মইাজান মন উৰা বতৰ

মাইজান মোৰ মন

তোৰ কাষলৈ উৰি যায়।।


মন ফুলনিত আজি

ব’হাগে দোলনি লগায়

হিয়া উঠলি উঠে

তোৰে অ’ সঁহাৰি্ পায় ।

হে মইাজান জীৱন থাকে মানে

হে মইাজান পিৰীতি তই কৰিবি

মইনাজান দেহা গ’লে বেহাও যায়।

মইনাজান দেহা গ’লে বেহাও যায়।


তোৰে চকুলো’ চাই চাই

হেঁপাহ মোৰে নপলায়

তোৰে হাঁহিটি যে পায়

বুকু মোৰ জুৰ পৰি য়ায় ।

অ’ মইনাজান জীৱন থাকে মানে

হে মইনাজান পিৰীতি তই কৰিবি

মইনাজান দজেহা গ’লে বেহাও যায় ।

হে মইানাজান...

অ’ মিানজান...