লক্ষ্মীনাথ বেজবৰুৱা প্ৰশ্ন উত্তৰ

1) লক্ষ্মীনাথ বেজবৰুৱা জন্ম হোৱা ঠাইখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা জন্ম হোৱা ঠাই খনৰ নাম হল আঁহতগুৰি।

2) লক্ষ্মীনাথ বেজবৰুৱা পিতৃ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা পিতৃ নাম আছিল দীননাথ বেজবৰুৱা।

3) লক্ষ্মীনাথ বেজবৰুৱা মাতৃ নাম কি আছিল?

উত্তৰ ঃ লক্ষ্মীনাথ বেজবৰুৱা মাতৃ নাম আছিল থানেশ্বৰী দেৱী।

4) লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা জন্ম  হয় ১৮৬৪ চনত।

5)  লক্ষ্মীনাথ বেজবৰুৱা পত্নী নাম কি?

উত্তৰঃ  লক্ষ্মীনাথ বেজবৰুৱা পত্নী নাম আছিল প্ৰজ্ঞাসুন্দৰীৰ।

6) লক্ষ্মীনাথ বেজবৰুৱা কোনটো গল্পত সৰ্বমুঠ ছটা অধ্যায়ত বিভক্ত এটি দীঘল গল্প?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা গল্পত সৰ্বমুঠ ছটা অধ্যায়ত বিভক্ত এটি দীঘল গল্পটো নাম হল ধোঁৱাখোৱা।

7) লক্ষ্মীনাথ বেজবৰুৱা দেশপ্ৰেম মূলক কবিতা দুটা কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা দুটা দেশপ্ৰেম মূলক কবিতা হল- অ মোৰ আপোনা দেশ আৰু আনটো নাম হল আমি অসমীয়া নহওঁ দুখীয়া।

8) লক্ষ্মীনাথ বেজবৰুৱা মৃত্যু কিমান চনত হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা মৃত্যু হয় ১৯৩৮ চনত।

9) ১৯২৮ চনত তেখেতে অসম সাহিত্য সভাৰ গুৱাৱাটীত অনুষ্ঠিত সপ্তম অধিৱেশনত তেখেতে কি পদ লাভ কৰে?

উত্তৰঃ ১৯২৮ চনত তেখেতে অসম সাহিত্য সভাৰ গুৱাহাটী অনুষ্ঠীত হোৱা সপ্তম অধিৱেশনত সভাপতিত্ব লাভ কৰে। 

10) লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কেইখনমানৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচনাসমূহৰ নাম হল- বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি- লৰা, জুনুকা, লিতিকাই পাচনি, নোমল বেলিমাৰা চক্ৰধ্ববজ সিংহ, জয়মতী কুঁৱৰী, শংকৰদেৱে, মোৰ জীৱন-সোঁৱৰণ ইত্যাদি। 

11) লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক জীৱন কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক জীৱন আৰম্ভ হয় কলিকতাত পঢ়ি থাকোতেঁ।

12) লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী লগ লাগি অসমীয়া ভাষা উন্নতি বাবে কি সভা স্থাপন কৰিছিল? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী লগ লাগি অসমীয়া ভাষা উন্নতি বাবে অ. ভা. উ. সা. সভা স্থাপন কৰিছিল।

13) এই সভা মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে কি আলোচনী প্ৰকাশ কৰে?

উত্তৰঃ এই সভা মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে জোনাকী নামেৰে এখন আলোচনী প্ৰকাশ কৰে।

14) ১৯১৩ চনত লক্ষ্মীনাথ বেজবৰুৱাই কি কবিতা প্ৰকাশ কৰে? 

উত্তৰঃ ১৯১৩ চনত লক্ষ্মীনাথ বেজবৰুৱাই কদমকলি কবিতা প্ৰকাশ পায়।

15) লক্ষ্মীনাথ বেজবৰুৱা উল্লেখযোগ্য কবিতাটো নাম কি? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা উল্লেখযোগ্য কবিতোটো নাম আছিল ''বিণ- ব'ৰাগী''।

16) লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি কোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় চুটিগল্প জনক আৰু শ্ৰেষ্ঠ চুটিগল্পকা বুলি কোৱা হয়।

17) লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ উপন্যাসখনৰ  নাম আছিল পদুম কুঁৱৰী।

18) লক্ষ্মীনাথ বেজবৰুৱাই কেইখন নাটক ৰচনা কৰিছিল আৰু সেইকেইখন নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিল আৰু সেইকেইখন নাম আছিল চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী আৰু বেলিমালা।

19) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জয়মতী কুঁৱৰী নাটকখনে কি হিছাপে পৰিগণিত হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জয়মতী কুঁৱৰী নাটকখনে অসমৰ প্ৰথম বোলছবিৰূপে পৰিগণিত হৈছিল।

20) লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনীগ্ৰন্থ কেইখন  আৰু কি কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা জীৱনীগ্ৰন্থ তিনিখন আৰু সেইকেইখন হল- 'ডাঙৰীয়া দিন নাথ বেজবৰুৱা সংক্ষিপ্ত জীৱন চৰিত", শংকৰদেৱ", মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰী মাধৱ দেৱ" তেওঁ আত্মজীৱনী "মোৰ জীৱন সোঁৱৰণ।

 21) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ''ৰসৰাজ'' উপাধি দিয়া হৈছিল? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱায়ে প্ৰায়বোৰ কথাৰে উপচি থকা বাবে তেওঁ ''ৰসৰাজ'' উপাধি দিয়া হৈছিল।

22) 




 

Type Sumit Patar