পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য | Chapter 1 | Nature of Significance of Management | Class 12 Commerce (Business Studies) | Question And Answer | Class 12 Commerce (Business Studies) Questions |


পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য 
প্ৰথম অধ্যায়
(Nature of Significance of Management)


অনুশীলনী

👉বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice question)ঃ--

(১) তলৰ কোনটো পৰিচালনাৰ এক কাৰ্য নহয় ? (Which one of the following is not a function of management ?)

(ক) পৰিকল্পনাকৰণ (planning)

(খ) কৰ্মচাৰী নিযুক্তকৰণ (staffing)

(গ) সহযোগিতাকৰণ (cooperating)

(ঘ) নিয়ন্ত্ৰণকৰণ (controlling) |


(২) পৰিচালনা / ব্যৱস্থাপনা (Management is)

(ক) এক কলা (an art)

(খ) এক বিজ্ঞান (a science)

(গ) কলা আৰু বিজ্ঞান উভয়েই (both art and science)

(ঘ) কোনোটোৱেই নহয় (neither) |


(৩) তলৰ কোনটো পৰিচালনাৰ এক উদ্দ্যেশ্য নহয় ? (Which one of the following is not an objective of management ?)

(ক) লাভ আৰ্জন (earning profits)

(খ) সংগঠনৰ বিকাশ সাধন (growth of the organisation)

(গ) নিযুক্তিৰ ব্যৱস্থাকৰণ (providing employment)

(ঘ) কৰ্মনীতি / নীতি প্ৰস্তুতকৰণ (policy making) |


(৪) কৰ্মনীতি / নীতি নিৰূপণ হৈছে (Policy formulation is the function of)

(ক) শীৰ্ষ পৰিচালনাৰ কাৰ্য (top level managers)

(খ) মধ্যম পৰিচালনাৰ কাৰ্য (middle leel managers)

(গ) কাৰ্যকৰীকৰণীয় পৰিচালনা কাৰ্য (operational management)

(ঘ) ওপৰৰ সকলোটি কাৰ্য (all of the above) |


(৫) সমন্বয় হৈছে (coordination is)

(ক) পৰিচালনাৰ কাৰ্য (function of management)

(খ) পৰিচালনাৰ অত্যাৱশ্যক (the essence of management)

(গ) পৰিচালনাৰ এক উদ্দ্যেশ্য (an objective of management)

(ঘ) ওপৰৰ কোনোটোৱেই নহয় (non of the above) |


চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type question)

(১) পৰিচালনাৰ সংজ্ঞা দিয়া । (Define management)


(২) পৰিচালনাৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ কাৰ্যৰ নাম লিখা । (Name any two important characteristics of management .)


(৩) বৃহৎ নিগম এটাৰ মাণ্ডলিক/ সংমণ্ডলৰ পৰিচালকজন সংগঠনত কোন পৰিচালনা স্তৰৰ ? তেওঁ মুখ্য কাৰ্যাৱলী কি কি ? (Of which level of management in a large corporation the divisional manager is ? What are his basic functions.)


(৪) পৰিচালনাক কিয় এক বহুস্থিতিৰ/ বহুৰেহৰূপৰ ধাৰণা বিবেচনা কৰা হয় ? (Why is management considered a multifacted concept ?)


(৫)পৰিচালনা এক বৃত্তি হিচাপে বৈশিষ্ট্যসমূহ আলোচনা কৰা ।(Discuss the basic features of management as a profession.)


👉 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type question)

(১)'পৰিচালনাক এক কলা আৰু এক বিজ্ঞান উভয়ৰূপে বিবেচনা কৰা হয় ।' ব্যাখ্যা কৰা । (Management is considered to be both an art and science. Explain)


(২)পৰিচালনাত বৃত্তিৰ পূৰ্ণাঙ্গ বৈশিষ্ট্য থকা বুলি ভাবানে ? (Do you think management has the characteristics of an full fledged profession ?)


(৩)'সমন্বয় হৈছে পৰিচালনাৰ অত্যাৱশ্যক/ সাৰবস্ত/ নিত্যতা ।' এই কথাত তুমি একমত নে ? কাৰণ দৰ্শোৱা । (Coordination is the essence of management. Do you agreed ? Give reasons.)


(৪)'এক সফল উদমে/ দ্যোগে ফলপ্ৰসূতাৰে/ সাৰ্থকভাৱে আৰু পাৰদৰ্শিতাৰে/ কাৰ্যদক্ষতাৰে লক্ষ্যত উপনীত হ'ব লাগে ।' ব্যাখ্যা কৰা । ("A successful enterprise has to achieve its goals effectively and efficiently." Explain.)


(৫) 'পৰিচালনা হৈছে ধাৰাবাহিক বহুতো আন্তসম্পৰ্কিত কাৰ্যাৱলীৰ এক ক্ৰমানুসৰিকতা ।' মতামত দিয়া । (Management is a series of continuous interrelated functions. Comment.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Madhushmita Hazarika