সীমাবদ্ধতা 

ভাৰতীয় সংবিধানক এক প্ৰকৃত আৰু নিখুঁত দলিল বুলিব নোৱাৰি। যিটো সামাজিক অসস্থাক লৈ সংবিধান প্ৰণয়ন কৰা হৈছিল, সেই অৱস্থাত এইটো স্বাভাৱিক যে, বহুতো বাদানুবাদৰ ইয়াত সৃষ্টি হৈছে, লগতে বহুতো দিশৰ ক্ষেত্ৰত বেছি মনোযোগ দিয়া প্ৰয়োজন। এইখন সংবিধান অস্থিৰ কাৰণ হল সময়ৰ পৰিৱৰ্তন আমি স্বীকাৰ  কৰিব লাগিব। এই সংবিধানত বহুতো সীমাবদ্ধতা আচে। আহা, আমি সংবিধানৰ সীমাবদ্ধতাসমূহৰ চমুকৈ উল্লেখ কৰোঁ।

* প্ৰথমতে ভাৰতীয় সংবিধানৰ জাতীয় ঐক্যৰ ক্ষেত্ৰত এক কেন্দ্ৰিক ধাৰণা আছে। 

* দ্বিতীয়তে, পৰিয়ালৰ মাজত থকা লিঙ্গ ন্যায়ৰ সমস্যাসমূহৰ এক আভাষ দেখা যায়। 

* তৃতীয়তে এইটো স্পষ্ট নহয়, যে,কিয় দৰিদ্ৰ বিকাশিত দেশ এখনত কিছুমান মূল সামাজিক অৰ্থনৈতিক অধিকাৰ আমাৰ মৌলিক অধিকাৰৰ এক মূল অংশ নকৰি দিৰ্দেশাত্মক নীতিৰ অংশ কৰিছে। 

    এই সীমাবদ্ধতা সমূহৰ উত্তৰ হল, কিয় এইবোৰ ঘটিল, বাখ্যা কৰা বা এইবিলাক অতিক্ৰম কৰা। আমি স্বীকাৰ কৰা উচিত যে এই সীমাবদ্ধতাই যে এই সীমাবদ্ধতাই সাংবিধানিক দৰ্শনক বিপদত পেলাব নোৱাৰে।

Type Sumit Patar

Class 11 Political Science



Post ID : DABP003822