(সংখ্যাগত
গণনা সৰল কৰিবৰ বাবে, ধৰা
5.1 নিমোক্ত
ক্ষেত্ৰসমূহত ক্ৰিয়াশীল বলৰ মান আৰু দিশ উল্লেখ কৰা।
(a) সুষম
দ্ৰুতিৰে নিম্নগামী হোৱা এটা বৰষুণৰ টোপাল,
(b) পানীত
ওপঙি থকা 10g ভৰৰ
এটা ঠিলা,
(c)
কৌশলেৰে আকাশত স্থিৰ অৱস্থাত ৰখোৱা এখন চিলা,
(d) এটা
খহটা পথত 30
(e) পাৰ্থিৱ
পদাৰ্থৰ পৰা বহু দূৰত, বিদ্যুত আৰু চৌম্বক ক্ষেত্ৰৰ পৰা মুক্ত স্থানত থকা, উচ্চ
দ্ৰুতি সম্পন্ন এটা ইলেক্ট্ৰন।
উত্তৰঃ
5.2 0.05 kg ভৰ বিশিষ্ট
শিল এটা উলম্ব দিশত ওপৰলৈ দলিয়াই দিয়া হৈছে। শিলটোৰ গাত ক্ৰিয়া কৰা মুঠ বলৰ মান
আৰু দিশ উল্লেখ কৰা।
(a) উৰ্ধমুখী
গতিৰ সময়ত,
(b)
নিম্নমুখী গতিৰসময়ত,
(c)
সৰ্বোচ্চ বিন্দুত, য’ত ক্ষণিক সময়ৰ বাবে ই স্থিৰ অৱস্থা থাকে।
যদি
শিলটো আনুভূমিক দিশৰ সৈতে
উত্তৰঃ
5.3 0.1 kg ভৰ
বিশিষ্ট শিল এটাৰ গাত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ উল্লেখ কৰা।
(a) ৰৈ থকা
ট্ৰেইন এখনৰ খিৰিকীয়েদি এৰি দিয়াৰ পিছ মুহূৰ্তত,
(b) 36 km
(c) 1
(d)
উত্তৰঃ
5.4
(i)
উত্তৰঃ
5.5 প্ৰাৰম্ভিক দ্রুতি 15
উত্তৰঃ
5.6 30kg ভৰৰ বস্তু এটাৰ ওপৰত ক্রিয়া কৰি এক
স্থিৰ মানৰ বলে ইয়াৰ দ্রুতি 25s ত 2.0
উত্তৰঃ
5.7 5kg ভৰৰ বস্তু এটাৰ ওপৰত পৰস্পৰ লম্ব দিশত
৪N আৰু 6N বল দুটাই ক্রিয়া কৰিছে। বস্তুটোৰ ত্বৰণৰ
মান আৰু দিশ উলিওৱা।
উত্তৰঃ
5.83.6
উত্তৰঃ
5.9উৎক্ষেপণ ভৰ 20,000kg
বিশিষ্ট
ৰকেট এটা 5.0 m
উত্তৰঃ
5.10 উত্তৰ দিশত সুষম দ্রুতি 10
উত্তৰঃ
5.11 এখন ট্রাকে স্থিৰ অৱস্থাৰপৰা আৰম্ভ
কৰি
উত্তৰঃ
5.12 এটা কোঠাৰ চিলিঙৰপৰা 2 m দৈৰ্ঘ্যৰ তাঁৰ এডালেৰে ওলোমাই ৰখা 0.1kg ভৰৰ বব এটাক দুলিবলৈ দিয়া হৈছে। সাম্য
অৱস্থানত ববটোৰ দ্রুতি 1
উত্তৰঃ
5.13 গতি কৰি থকা লিফট এখনত থকা এজন লোৱা
মেচিন এটাৰ ওপৰত 70 kg ভৰৰ
মানুহ এটা থিয় হৈ আছে।
(a) লিফটখনওপৰলৈ 10
(b) 5
(c) 5 m
(d) লিফটৰ যান্ত্ৰিক কৌশল অচল হোৱা বাবে ই যদি
হুৰ-মুৰাই পৃথিৱীৰ মধ্যকৰ্ষণৰ প্ৰভাৱত তললৈ নামি আহে তেনেহ’লে ওজন লোৱা মেচিনৰ পাঠ কিমান হ’ব ?
উত্তৰঃ
5.14 চিত্ৰ 5.16 ত
4 kg ভৰৰ কণিকা
এটাৰ স্থান সময় লেখ দেখুওৱা হৈছে। (a)
উত্তৰঃ
5.15 এক মসৃণ
আনুভূমিক পৃষ্ঠৰ ওপৰত A (=
10kg) আৰু B(=
20kg) ভৰৰ দুটা বস্তু এডাল তাঁৰৰ দুই মূৰে বান্ধি ৰকা হৈছে।
তাঁৰডালৰ দিশত এটা আনুভূমিক বল F
= 600 N ক্ৰমে (i)A আৰু (ii) B ৰ ওপৰত প্ৰয়োগ কৰা
হৈছে। প্ৰতিটো ক্ষেত্ৰত তাৰঁডালত টানি নিৰ্ণয় কৰা।
উত্তৰঃ
5.16 এটা ঘৰ্ষণহীন
কপিকলৰ ওপৰেদি পাৰ কৰি নিয়া প্ৰসাৰণহীন তাঁৰ এডালৰ দুই মূৰে 8kg আৰু 12kg ভৰৰ পদাৰ্থ দুটালগোৱা আছে। পদার্থ দুটা
মুক্ত কৰি দিলে তাঁৰ ডালৰ টান আৰু ভৰ দুটাৰ ত্বৰণ নির্ণয় কৰা।
উত্তৰঃ
5.17 পৰীক্ষাগাৰ
প্ৰসংগ প্ৰণালীত এটা পৰমাণুকেন্দ্র স্থিৰ অৱস্থাত আছে। দেখুওৱা যে যদি পৰমাণু
কেন্দ্ৰটো দুটা সৰু পৰমাণুকেন্দ্ৰলৈ ভংগন ঘটে তেনেহ'লে সেই দুটা পৰস্পৰে বিপৰীত দিশত গতি কৰিব।
উত্তৰঃ
5.18 6m
উত্তৰঃ
5.19 100 kg ভৰৰ বন্দুক এটাৰ পৰা 0.020 kg ভৰৰ বুলেট মাৰি দিয়া হৈছে। বুলেটটোৰ
নির্গমন দ্রুতিৰ মান 80 m
উত্তৰঃ
5.20 54 km
উত্তৰঃ
5.21 0.25 ভৰৰ শিল
এটা তাঁৰ এডালেৰে এমূৰে বান্ধি আনুভূমিক তলত, 1.5 m ব্যাসার্ধ বৃত্তাকাৰ পথত 400 rev/min দ্রুতিৰে ঘূৰাই থকা
হৈছে। তাঁৰডালত কিমান টান উৎপন্ন হৈছে? যদি তাঁৰডালে সর্বোচ্চ 20ON টান সহ্য কৰিব পাৰে তেনেহ'লে বৃত্তাকাৰ গতিৰ কিমান সর্বোচ্চ দ্রুতিৰে
শিলটো ঘূৰিব পাৰিব ?
উত্তৰঃ
5.22 অনুশীলনী
5.21 ৰ শিলটোৰ দ্ৰুতি সৰ্ব্বোচ্চ অনুমোদিত মানতকৈ বেছি কৰিলে তাঁৰডাল হঠাতে ছিগি
যাব। তেনেক্ষেত্ৰত শিলটোৰ গতিৰ কক্ষপথ তলৰ কোন প্ৰকাৰ হ’বঃ
(a) শিলটোৱে অৰীয়ভাৱে বাহিৰলৈ গতি কৰিব,
(b) তাঁৰডাল ছিঙি যোৱা স্থানৰপৰা শিলটোৱে
বৃত্তকাৰ পথৰ স্পৰ্শকৰ দিশত গতি কৰিব,
(c) শিলটোৱে বৃত্তকাৰ পথৰ স্পৰ্শকৰ সৈতে এক কোণ
কৰি গতি কৰিব যি কোণৰ মান শিলটোৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰিব।
উত্তৰঃ
5.23 কাৰণ
ব্যাখ্যা কৰা।
(a) শূন্য স্থানত এটা ঘোঁৰাই গাড়ী এখনটানিব
আৰু দৌৰিব নোৱাৰে।
(b) গতি কৰি থকা বাছ এখন হাঠাৎ ৰৈ গ’লে যাত্ৰীসকল আগলৈ হালি যায়।
(c) ঘাঁহ কটা মেচিন এটা ঠেলাতকৈ টানিবলৈ সহজ।
(d) এজন ক্ৰিকেট খেলুৱৈয়ে বল ধৰিব সহায়ত হাত
দুখন পিচুৱাই নিয়ে।
উত্তৰঃ
অতিৰিক্ত
অনুশীলনী
5.24 চিত্ৰ 5.17 ত
0.04 kg ভৰৰ বস্তু
এটাৰ স্থান-সময় লেখ দেখুওৱা হৈছে। এই গতিৰ সৈতে খাপ খোৱা ভৌতিক পৰিস্থিতি এটা
উল্লেখ কৰা। বস্তুটোৱে দুটা ক্ৰমিক বলৰ ঘাত পোৱাৰ মাজৰ সময় কিমান ? প্ৰতিটো বলৰ ঘাতৰ মান কিমান ?
উত্তৰঃ
5.25 চিত্ৰ 5.18 ত
আনুভূমিক পৰিবাহক পাটিৰ (Conveyor belt) লগত
আপেক্ষিকভাৱে স্থিৰ অৱস্থাত মানুহ এজন থিয় হৈ আছে আৰু প্ৰটিটো 1 m
উত্তৰঃ
5.26 এমূৰত শিল
এটা বান্ধি লোৱা তাঁৰ এডাল R ব্যাসাৰ্ধৰ
উলম্ব বৃত্তত ঘূৰি আছে। বৃত্তকাৰ পথৰ সৰ্ব্বচ্চো আৰু সৰ্বনিম্ন বিন্দুত উলম্বভাৱে
নিম্নমুখী হৈ ক্ৰিয়া কৰা মুঠ বল হ’ব। (শুদ্ধটো বাচি উলিওৱা)।
সৰ্বনিম্ন বিন্দু |
সৰ্ব্বোচ্চ বিন্দু |
(a) |
|
(b) |
|
(c) |
|
(d) |
|
উত্তৰঃ
5.27 1000kg ভৰৰ হেলিকপ্টাৰ এখন 15 m
(a) চালক আৰু আৰোহীয়ে
মজিয়াখনত প্রয়োগ কৰা বল।
(b) হেলিকপ্টাৰৰ ঘূর্ণক পাখীয়ে চৌকাষৰ বায়ুত
প্রয়োগ কৰা বল।
(c) চৌদিশৰ বায়ুৱে হেলিকপ্টাৰত প্ৰয়োগ কৰা বলৰ
মান আৰু দিশ নির্ণয় কৰা।
উত্তৰঃ
5.28
উত্তৰঃ
5.29 এখন টেবুলত
দহটা এক টকাৰ মুদ্ৰা এটাৰ ওপৰত আনটো থৈ দিয়া হৈছে। প্ৰতিটো মুদ্ৰাৰ ভৰ m।
(a) তলৰপৰা গণনা কৰিলে সপ্তম মুদ্রাটোৱে তাৰ
ওপৰত থকা মুদ্রাবোৰৰ বাবে অনুভৱ কৰা বল,
(b) সপ্তম মুদ্ৰাটোৱে অষ্টম মুদ্রাটোৰ বাবে
অনুভৱ কৰা বল।
(c) ষষ্ঠ মুদ্ৰাটোৱে সপ্তম মুদ্রাটোৰ গাত প্রয়োগ
কৰা প্রতিক্রিয়াৰ মান আৰু দিশ নির্ণয় কৰা।
উত্তৰঃ
5.30 এখন বিমানে
এটা আনুভূমিক বৃত্তাকাৰ পাকত 720 km
উত্তৰঃ
5.31 এখন ট্রেইনে
54 km
উত্তৰঃ
5.32 এটা 25 kg বস্তু খণ্ড 50 kg ভৰৰ মানুহ এজনে চিত্র 5.19 ত দেখুওৱাৰ দৰে
দুই ধৰণে দাঙিবলৈ যত্ন কৰিছে। এই দুই ক্ষেত্ৰত মজিয়াত মানুহজনে কিমান বল প্রয়োগ
কৰিছে ? যদি মজিয়াখনে
70ON বল সহ্য কৰিব
পাৰে, তেনেহ’লে মজিয়াখন
বিকৃত নকৰাকৈ বস্তুটো দাঙিবলৈ কোনটো উপায় মানুহজনে অৱলম্বন কৰিব ?
উত্তৰঃ
5.33 40kg ভৰৰ বান্দৰ এটাই এডাল ৰচিত বগাই উঠি
গৈছে (চিত্ৰ 5.20)। ৰচিডাল সৰ্ব্বোচ্চ 600N টান সহ্য কৰিব পাৰে। তলত দিয়া কোনটো
ক্ষেত্ৰত ৰছিডাল ছিগিব, যদিহে বান্দৰটো-
(a) 6 m
(b) ত্বৰণেৰে তললৈ বগাই নামি আহে,
(c) সমদ্ৰুতিৰে ওপৰলৈ উঠি যায়,
(d) ৰচিডালৰপৰা প্ৰায় মুক্তভাৱে পৃথিৱীৰ
মাধ্যাকৰ্ষণৰ প্ৰভাৱত তললৈ পৰি যায়।
(ৰছীডালৰ ভৰ নগণ্য বুলি ধৰিবা)।
উত্তৰঃ
5.34 A (= 5 kg) আৰু B(= 10
kg) বস্তু
দুটা দেৱাৰ এখনৰ গাত লগাকৈ টোবুল এখনৰ ওপৰত পৰস্পৰৰ গাত স্পৰ্শ কৰি আছে। চিত্ৰ
(5.21) বস্তুকেইটা আৰু টেবুলৰ মাজৰ ঘৰ্ণ গুণাংক 0.15
উত্তৰঃ
5.35 15kg ৰ পদাৰ্থ খণ্ড এটা এখন
দীঘল ট্ৰলী গাড়ীত ৰখা হৈছে। পদাৰ্থটো আৰু ট্ৰলীৰ মাজৰ স্থৈতিক ঘৰ্ষণ গুণাংক 0.18।
স্থিৰ অৱস্থাৰপৰা ট্ৰলীখনে 20s সময় 0.5 m
উত্তৰঃ
5.36 ট্ৰাক এখনৰ
শেষ মূৰটো খোলা আৰু 40kg ভৰৰ বাকচ এটা
সেই মূৰৰ পৰা 5 m আগত ৰখা হৈছে
(চিত্ৰ 5.22)। বাকচটো আৰু
ট্ৰাকৰ মজিয়াৰ মাজৰ ঘৰ্ষণ গুণাংক 0.15
উত্তৰঃ
5.37 15 cm ব্যাসাৰ্ধৰ থাল এখন
উত্তৰঃ
5.38
চাৰ্কাচত প্ৰয়ে দেকা পোৱা যায় যে এজন মটৰ চাইকেল চালকে
মৃত্যু গহ্বৰত (death well- এটা ফোপোৰা
গোলক যাৰ গাত ফুটা থকে যাতে সেই ফালেদি দৰ্শকে চাব পাৰে) উলম্ব বৃত্তকাৰ পথত মটৰ
চাইকেল চলায়। তলৰ পৰা কোনো অৱলম্বন নথকা সত্ত্বেও উচ্চতম বিন্দুৰপৰা মটৰ চাইকেল
আৰোহীজন কিয় সৰি নপৰে ব্যাখ্যা কৰা। যদি গোলকৰ ব্যাসাৰ্ধ 25 m হয়, তেনেহ’লে উচ্চতম বিন্দুত কিমান ন্যূনতম দ্ৰুতিৰ
আৱশ্যক যাতে তেওঁৰ উলম্ব বৃত্তকাৰ পথত গতি কৰিব পাৰে ?
উত্তৰঃ
5.39
এটা ফোপোলা চুঙা সদৃশ ঢোল, তাৰ উলম্ব অক্ষ সাপেক্ষে 200 rev/min দ্ৰতিৰে ঘূৰি থাকোঁতে
70kg ভৰৰ মানুহ
এজনে তাৰ ভিতৰৰ বেৰত গা লগাই একেলগে ঘূৰি আছে। মানুহজনৰ কাপোৰ আৰু ঢোলটোৰ ভিতৰৰ
বোৰাৰ মাজৰ ঘৰ্ষণ গুণাংক 0.15। কিমান ন্যূনতম ঘূৰ্ণন গতিৰে ঢোলটো ঘূৰিলে, তাৰ তলৰ
মজিয়াখন এৰুৱাই দিলেও মানুহজন বেৰাত লাগি ঘূৰি থাকিব ?
উত্তৰঃ
5.40
এটা মিহি বৃত্তকাৰ তাঁৰৰ চক্ৰৰ ব্যাসাৰ্ধ R আৰু ই তাৰ উলম্ব ব্যাস সাপেক্ষে