জাতীয় পৰিচয়

সংবিধানে সকলাে সময়তে এক সাধাৰণ জাতীয় পৰিচয় প্রতিস্থাপন কৰাত গুৰুত্ব দিয়ে। এই অধ্যায়ত তােমালােকে ভাৰবৰ্ষত কেনেধৰণে আঞ্চলিক পৰিচয় প্রতিস্থাপন কৰি জাতীয় পৰিচয় বজাই ৰখা হয় তাৰ বিষয়ে অধ্যয়ণ কৰিলা। ওপৰত উল্লেখ থকা অধ্যয়ণৰ পৰা এইটো স্পষ্ট যে , সাধাৰণ জাতীয় পৰিচয় প্রকৃত ধর্ম বা ভাষিক পৰিচয়ৰ লগত তুলনাযােগ্য নহয়। ভাৰতীয় সংবিধানে বিবিধ পৰিচয়ৰ মাজেৰে সমন্বয় ৰক্ষাৰ প্ৰচেষ্টা কৰিছে। কিছুমান বিশেষ কাৰণৰ বাবে সাধাৰণ পৰিচয়ক গুৰুত্ব দিয়া হৈছে। এইটো স্পষ্ট হৈছে বিবিধ নির্বাচক মণ্ডলীৰ বিতৰ্কৰ পৰা যিটোৰ ভিত্তি হৈছে ধর্মীয় পৰিচয় , সেইটোক সংবিধানে নাকচ কৰিছে।  বিবিধ নির্বাচক মণ্ডলীয়ে নাকচ কৰা কাৰণ হ'ল ইয়াৰ মাজত ধার্মিক সম্প্রদায়সমূহৰ ভেদাভেদ আছে বা ই জাতীয় ঐক্যত আঘাত কৰি যাব বাবে আমাৰ এক সুষ্ট জাতীয় জীৱন নিৰ্বাহকৰাত অসুবিধাৰ সৃষ্টি হয়। আমাৰ সংবিধানে শক্তিৰে ঐক্যতা স্থাপন নকৰি শুদ্ধ ভাতৃত্বতাক গুৰুত্ব দিয়ে , যিটো ডঃ আম্বেদকাৰৰ মূল লক্ষ্য। চৰ্দাৰ পেটেলে কোৱাৰ দৰে , মূল লক্ষ্য হৈছে ‘ ঐক্যবদ্ধ সম্প্রদায় গঠন কৰা ।

কিন্তু সময়ৰ লগে লগে এইটো সকলোৰে স্বাৰ্থৰ বাবে পাহৰি যোৱা উচিত যে, সংখ্য়াগৰিষ্ঠ বা সংখ্যালঘু আমাৰ দেসত আৰু ভাৰতত কেৱল মাত্ৰ এটাই সম্প্ৰদায় আছে..... ।

Type Sumit Patar

Class11 Political science 



Post ID :DABP003818