সত্যনাথ বৰাই গুবাহাটীৰ ভৰলুমুখত (১৮৬০-১৯২৫)-ৰ জন্ম লাভ কৰে। তেখেত সৰুৰে পৰা সাহিত্য প্ৰতি আকৰ্ষিত আছিল আৰু বিভিন্ন বিষয়ত ৰচনা লিখি থৈ য়ায়। তেখেতৰ সাৰুৱা মৌলিক বিষয়ৰ ৰচনা সমূহ হ'ল আসাম বন্ধু'' মৌ'' জোনাকী'' বিজুলী আদি। সত্যনাথ বৰাৰ নিভাঁজ ঘৰুবা গদ্যৰীতে আৰু জতুৱা-ঠাঁচৰ উপযুক্ত ব্যৱহাৰে ৰচনাসমূহক এক গভীৰ বৈশিষ্ট্যদান কৰিছে। তেখেতৰ উল্লেখ যোগ্য গ্ৰন্থ দুখন হ'ল 'সাৰথি' আৰু ' বহল ব্য়াকৰণ' ।
যদিও পেচাত তেখেত এগৰাকী ওকিল আছিল, তাৰ উপৰিও তেখেতে কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক আৰু অৰ্ল ল কলেজত আইনৰ প্ৰবক্তা আছিল। তেখেতে 'জোনাকী' নামৰ মাহেকীয়া কাকতখনৰ সম্পাদনা কৰিছিল।