ব্যৱসায়ৰ বিত্তায়নৰ উৎস

অনুশীলনী

A. শুদ্ধ উত্তৰটো বাছি উলিওৱা (Choose the correct answer)

1. সমাংশপত্র ধাৰকসকল হৈছে, কোম্পানীটোৰ (Eauity share holders are)- 

(a) গৰাকী (owner) 

(b) অংশীদাৰ (Share holder) 

(c) কাৰ্যবাহী বিষয়া (Executive officer) 

(d) ঋণদাতা (creditor) 

2. স্থায়ী সম্পত্তি ক্রয় কৰােতে ব্যয় কৰা ধনৰ পৰিমাণটো হৈছে— 

(Amount spent on purchase of fixed assets known as) 

(a) চলিত মূলধন (Current capital) 

(b) স্থায়ী ঋণ (Fixed loan) 

(c) স্থায়ী মূলধন (Fixed capital) 

(d) ৰাজহুৱা জমা (Public Deposit) 

3.ৰাজহ্বা জমা হৈছে এবিধ জমা আৰু এই পৰিমাণটোৰ প্রত্যক্ষভাৱে সংগ্রহ কৰা হয়— (Public Deposits is a form of deposite which directly collected than) 

(a) ব্যৱসায়ৰ গৰাকী (Owner of business) 

(b) সঞ্চালকসকলৰ পৰা (From Directors) 

(c) ৰাজহ্বা কোম্পানীৰ পৰা (From public company) 

(d) জনসাধাৰণৰ পৰা

4. ঋণপত্ৰৰ ধাৰকসকলে লাভ কবে (Owner of debenture holder will enjoy)— 

(a) লাভাংশ (Dividend) 

(b) সুদ (Interest) 

(c) ভােটাধিকার (Voting power) 

(d) মালিকীস্বত্ত্ব (Ownership) 

5. সহজ বিত্তায়নৰ উৎসটো হ’ল (Easy source of Finance) 

(a) বাণিজ্যিক বেংক (Commercial Bank) 

(b) অংশপত্র বিলি (Issue of share) 

(c) গচ্ছিত আয় (Ploughing back of profit) 

(d) বাণিজ্যিক পত্র (Commercial paper) 

Ans: 1. (a ); 2. (c ; 3. (d); 4. (a); 5. (c) 

B. চমু উত্তৰৰ প্ৰশ্ন (Short answer question) 

১। ব্যৱসায়ৰ বিত্তায়ন বুলিলে কি বুজা? (What do you mean by business finance?) 

২। ব্যৱসায় বিত্তায়নৰ সংজ্ঞা লিখা। (Write the definition of business finance.) 

৩। নিজ মূলধন তিনিটা বিহুৰ উৎসৰ বিষয়ে উল্লেখ কৰা। (Mention three sources of own source of capital.) 

৪। কোম্পানীৰ বিত্তায়নৰ পাঁচোটা উৎসৰ নাম লিখা। (Write the name of five source of finance of a company.) 

৫। ঋণপত্ৰৰ সংজ্ঞা দিয়া। (Define the debenture.) 

৬। ৰাজহুৱা জমা বুলিলে কি বুজা? (What do you mean by public deposits?) 

৭। ব্যৱসায়ৰ বিত্তৰ প্ৰয়ােজনীয়তাব কাৰণ দুটা উল্লেখ কৰা। (Mention the two causes of need of busi ness finance) 

৮। নিম্ন উল্লিখিত বিষয়বােৰৰ অর্থ লিখা– 

(a) অংশপত্র (Share), 

(b) সমাংশ (Equity Share). 

(c) অগ্রাধিকাৰী (Preference Share), 

(d) গচ্ছিত লাভ (Retained Profit), 

(e) পৰিশােধনীয় অগ্রাধিকাৰী অংশ (Redeemable Preference Share), 

(f) পৰিৱৰ্তনীয় অগ্রাধিকাৰী অংশ (Convertable Preference Share), 

(g) ৰাজহুৱা জমা (Public deposits) 

৯। আনুষ্ঠানিক বিত্তায়ন বুলিলে কি বুজা? (What do you understand by institutional finance.) 

১০। আনুষ্ঠানিক বিত্তায়নৰ মূল উদ্দেশ্য কি? (What is the main object of institutional finance?)। 

১১। আনুষ্ঠানিক বিত্তায়নৰ প্রতিষ্ঠান স্থাপনৰ উদ্দেশ্যটো উল্লেখ কৰা। (Mention the object of eastablishment of financial institutions.) 

১২। আনুষ্ঠানিক বিত্তায়নৰ এটা কার্য উল্লেখ কৰা। (Mention one of the function of institutional finance.) 

১৩। আনুষ্ঠানিক বিত্তায়নৰ প্ৰধান সুবিধাটো কি? (What is the main advantage of institutional fi nance.) 

১৪। আনুষ্ঠানিক বিত্তায়নৰ এটা অসুবিধা লিখা। (Write a limitation of institutional finance.) 

১৫। ৰাজহুৱা বিত্তীয় অনুষ্ঠানে আগবঢ়োৱা এবিধ সাহায্য উল্লেখ কৰা। (Mention one of the financial assistance provided by the public financial institution.)

C. দীঘলীয়া উত্তৰৰ প্ৰশ্ন (Long answer question) 

১। ব্যৱসায় বিত্তায়ন বুলিলে কি বুজা? ব্যৱসায়ৰ বিত্তায়নৰ দুটা প্রয়ােজনীয়তা উল্লেখ কৰা। (What do you mean by business finance? Mention the two needs of business finance.) 

২। ব্যৱসায় বিত্তায়নৰ প্রকৃতিবিলাক কি কি? (What are the nature of business finance?) 

৩। ব্যৱসায়ৰ বিত্তায়নৰ এটা সংজ্ঞা লিখা? বিত্তায়নৰ তাৎপর্য কি? (Define business finance. What are its significant? ) 

৪. দীর্ঘম্যাদীৰ বিত্তায়ন বুলিলে কি বুজা? এনে বিত্তায়নৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (What is long term fi nance ? Mention the features of such finance.) 

৫। মধ্যমাদী বিত্তায়ন কি? কিয় প্রয়ােজন হয়? (What is mid term finance? Why it is necessary?) 

৬। হস্কম্যাদী বিত্তায়নৰ বৈশিষ্ট্যবিলাক কি কি? (What are the features of short term finance?) 

৭। ব্যৱসায়ৰ বিত্তায়নৰ বিভিন্ন উৎসবােৰ শ্ৰেণীকৰণ কৰা। (Classified the various sources of business finance) 

৮। মালিকীস্বত্ত্বৰ ওপৰত ভিত্তি কৰি বিত্তায়ন ব্যৱস্থাটো ব্যাখ্যা কৰা। (Explain the sources of finance on the basic of ownership.) 

৯। ঋণগত পুঁজি বুলিলে কি বুজা? ঋণগত পুঁজিৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা। (What do you mean by borrowed fund? Mention the features of borrowed fund.) 

১০। সংগ্ৰহৰ উৎসৰ ভিত্তিত বিত্তায়নক শ্রেণীকৰণ কৰা। (Classify the source of finance on the gen eration.) 

১১। আনুষ্ঠানিক বিত্তায়নৰ উদ্দেশ্যসমূহ কি কি। (What are the objectives of institutional finance?) 

১২। আনুষ্ঠানিক বিত্তায়নৰ সমূহ উল্লেখ কৰা। (Mention the functions of institutional finance.) 

১৩। বিত্তীয় অনুষ্ঠানৰ যােগে বিত্ত সংগ্রহ কৰিলে কি কি সুবিধা পােৱা যায়? (What are the benefits derived from the collection of finance through the financial institutions?) 

১৪। ৰাজহুৱা বিত্তীয় অনুষ্ঠান আগবঢ়োৱা সাহায্যবিলাক উল্লেখ কৰা। (Mention the types of financial assistance provided by the public financial institution.)

Type Himanku Bora



Post ID : DABP003906