3.3    অণু কি ? (What is a molecule ?)

অণু হ'ল ৰাসায়নিক ভাৱে যোজিত অৰ্থাৎ আকৰ্ষণীবলৰ দ্বাৰা দৃঢ়ভাৱে লগ হৈ থকা দুটা বা ততোধিক পৰমাণুৰ এটোটা গোট। অণুৰ সংজ্ঞা এনেদৰে দিব পাৰি一 মৌল বা যৌগ এটাৰ স্বাধীন সত্ব থকা যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলোবোৰ ধৰ্ম প্ৰদৰ্শন কৰে তাকে অণু বোলা হয়। একে বা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ একেলগ হৈ অণু গঠন কৰে।



Class 9 General Science Chapter 3

Bidyut Thakuria