আমাৰ সংবিধানৰ ৰাজনৈতিক দৰ্শন কি

এই শব্দত এই দৰ্শনক ব্যাখ্যা কৰা অতি জটিল। কাৰণ এই দৰ্শনক বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰিব পাৰি। যেনে- স্বতন্ত্ৰ, গণতন্ত্ৰ, সমতা, ধৰ্মনিৰপেক্ষতা আৰু যুক্তৰাষ্ট্ৰ ইত্যাদি। এক যুটীয়া ৰাষ্ট্ৰীয় পৰিচয় গঠনৰ প্ৰচেষ্টাত, কোনো ধৰণৰ ধাৰ্মিক বা ভাষিক পাৰ্থক্য সৃষ্টি নকৰাকৈ প্ৰত্যেকটো গোটক একোটা জাতিৰূপে গঠন কৰাত অৰিহণা যোগায়। চমুকৈ কবলৈ হলে ইয়াত স্বতন্ত্ৰতা, সমতা, সামাজিক ন্যায় আৰু জাতীয় একতা নিহিত আছে। কিন্তু, গভীৰভাৱে বিশ্লেষণ কৰিলে ই বিশেষকৈ শান্তি আৰু গণতান্ত্ৰিক পদ্ধতিৰে ইয়াৰ দৰ্শনক ব্যৱহাৰ কৰা দেখা গৈছে।

Type Sumit Patar

Class 11 Political science 



Post ID : DABP004008