Chapter: 4

প্ৰাকৃতিক সম্পদ 


১. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ?

উত্তৰঃ 

২. প্ৰাকৃতিক সম্পদ কি কি ধৰণৰ হ'ব পাৰে  ?

উত্তৰঃ 

৩. নবীকৰণযোগ্য আৰু নবীকৰণ অযোগ্য প্ৰাকৃতিক সম্পদসমূহ কি ? উদাহৰণ দিয়া ।

উত্তৰঃ 

৪. সেউজীয়া গছৰ পৰিবেশীয় সেৱা উল্লেখ কৰা ?

উত্তৰঃ 

৫. অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ নাম লিখা ?

উত্তৰঃ

৬ . অসমৰ ৫খন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম লিখা ?

উত্তৰঃ 

৭. মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম লিখা ?

উত্তৰঃ 

৮. ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা ? 

উত্তৰঃ 

৯. উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদসমূহৰ বিষয়ে লিখা ?

উত্তৰঃ 

১০. জল সংৰক্ষণৰ কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা ?

উত্তৰঃ


Type: Krishna Bora