Jaques Kalli
Jaques Kalli

Jaques Kalli: Jaques Kalli ৰ জন্ম হৈছিল ১৯৭৫ চনৰ ১৬ অক্টোবৰত। তেওঁ দক্ষিণ আফ্ৰিকাৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতক দক্ষিণ আফ্ৰিকাৰ সৰ্ব শ্ৰেষ্ট বেটছমেন গণ্য় কৰা হয়। তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ট অলৰাউণ্ডা আছিল। তেওঁ ১০,০০০ হাজাৰতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছিল। আৰু তেখেতে One Day খেলত ২৫০ তকৈ অধিক উইকেট দখল কৰে। তেওঁ তেওঁৰ টেষ্ট মেচ কেৰিয়াৰত 13,289 ৰাণ সংগ্ৰহ কৰে আৰু 292 টা উইকেট লয়। ২০০৭ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰ লৈকে তেওঁ চাৰিখন টেষ্ট মেচত পাঁচটা শতক অৰ্জন কৰে। ২০০৫ চনত "আইচিচি টেষ্ট প্লেয়াৰ অফ দা ইয়েৰ" আৰু আইচিচি প্লেয়াৰ অফ দা ইয়েৰ হোৱাৰ উপৰিও ২০০৭ চনত তেওঁৰ প্ৰদৰ্শনৰ বাবে কালিছক ২০০৮ চনত ৱিজডেনৰ বিশ্বৰ শীৰ্ষস্থানীয় ক্ৰিকেটাৰ হিচাপে মনোনীত কৰা হৈছিল। Jaques Kalli য়ে তেওঁৰ বেটিং প্ৰদৰ্শনৰ বাবে বহুতো লোকৰ বহুত পশংসা লাভ কৰিছিল। ২০১২ চনৰ জুলাই মাহত টেলিগ্ৰাফৰ বাবে লিখা এটা প্ৰবন্ধত ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন আৰু অধিনায়ক মাইকেল ভনে লিখিছিল যে কালিছ, "এজন বেটছমেন হিচাপে, বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ।" বুলি কৈছিল। 

Jaques Kalli with his Charlene Engels
Jaques Kalli with his Charlene Engels

Jaques Kalli য়ে জানুৱাৰী মাহত ২০১৯ চনত Charlene Engels নামৰ মহিলাৰ লগত বিবাহ প্ৰাক্ষত আবদ্ধ হয়। আৰু ২০২০ চনৰ মাৰ্চ মাহত যিহোচুৱা হেনৰি কালিছ নামৰ পুত্ৰ সন্তান জন্ম হয়।

তেখেতে লাভ কৰা বটাঁ সমূহঃ

· ODI All-rounders: career-best 1st; career-high points 506.

· ODI Batting: career-best 1st; career-high points 817.

· Test Bowling: career-best 6th; career-high points 742.

· ODI Bowling: career-best 15th; career-high points 641.

· Test Batting: career-best 1st; career-high points 935.

· Test All-rounders: career-best 1st; career-high points 616.

Playing IPL for K.K.R team
Playing IPL for K.K.R team



তেখেতে 
ইণ্ডিয়ান পেমিয়াৰ লীগ চমুকৈ (IPL) কলকাতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders) টিমৰ হৈ খেলিছিল আৰু বহুতু প্ৰশংসা অৰ্জন কৰিছিল।


              BY
HIROK JYOTI BORA.