সামাজিক বিষয় আৰু পৰিবেশ 

অধ্যায়-৬

১. বহনক্ষম উন্নয়ন মানে কি বুজা ?

উত্তৰঃ

২. নবীকৰণযোগ্য় আৰু নবীকৰণঅযোগ্য শক্তিৰ উৎসসমূহ কি কি ? উদাহৰণ দিয়া ।

উত্তৰঃ 

৩. শক্তিৰ সংৰক্ষণ কি ? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা ?

উত্তৰঃ

৪. বৰষুণৰ পানী সংৰক্ষণ কি ? বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি ?

উত্তৰঃ 

৫. বৰষুণৰ পানী সংৰক্ষণত জড়িত বিভিন্ন পৰ্যায়সমূহ কি ?

উত্তৰঃ 

৬. বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি ?

উত্তৰঃ 

৭. পৰিবেশৰ পৰা স্বাস্থ্য কি দৰে প্ৰভাবাম্বিত হ'ব পাৰে ?

উত্তৰঃ 

৮. দুৰ্যোগসমূহ কি ? 

উত্তৰঃ

৯. দুৰ্যোগ ব্যৱস্থাপনা মানে কি বুজা ? বানপানীৰ সময়ত কি ব্যৱস্থাপনা ল'ব পাৰি । 

উত্তৰঃ 

 ১০. 'জন বিস্ফোৰণ পৰিবেশ অৱক্ষয়ৰ মূল কাৰণ'___এই কথাষাৰ ব্যাখ্যা কৰা ।

উত্তৰঃ





Type: Krishna Bora