অসমীয়া 

১) তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বিচাৰি উলিওৱা

কমলাপতি,ৰাখোৱাল,পতি,ধৱলী,চান্দ

পৰভাত,তিমিৰ,বাথান,বলৰাম,বেণু

  
গৰু আৰু ম'হৰ খুটি - বাথান 
বাঁহী - বেণু 
আন্ধাৰ - কমলাগতি
বিষ্ণু - কমলাপতি 
স্বামী- পতি 
পুৱা - পৰভাত 
ৰখীয়া - ৰাখোৱাল 
বগা বৰন - ধৱলী 
শ্ৰী কৃষ্ণৰ ককায়েকৰ নাম  - বলৰাম 

২) তেজৰে কমলাপতি বৰগীতটো সুৰ লগাই পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ  লিখাঁ- 
ক)তেজৰে কমলাপতি কবিতাটি ৰচক কোন ? 
উত্তৰঃ-তেজৰে কমলাপতি কহিতাটিৰ ৰচক হ'ল-শ্ৰী মন্ত শংকৰদেৱ 
খ) কৃষ্ণক টোপনিৰ পৰা কোনে জগাইছিল ?
উত্তৰঃ- কৃষ্ণক টোপনিৰ পৰা যশোদাই জগাইছিল ।
গ) বৰগীতটোত কি ভাষা ব্যৱহাৰ কৰিছিল  ?
উত্তৰঃ- বৰগীতটোত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছে। 
ঘ) কবিতাটিত উল্লেখ কৰা বলৰাম 'কৃষ্ণৰ" কোন হয় ?
উত্তৰঃ- কবিতাটিত উল্লেখ কৰা বলৰাম কৃষ্ণৰ কাকয়েক হয় । 
ঙ) নন্দ গেল বাথানে মানে নন্দ ক'লৈ যোৱা বুজাইছে ?
উত্তৰঃ- নন্দ গেল বাথানে মানে নন্দ গৰু ঘুটিলৈ যোৱা বুজাইছে। 
চ) ত্ৰিজগত শব্দৰ অৰ্থ কি ?
উত্তৰঃ-ত্ৰিজগত শব্দৰ শব্দৰ অৰ্থ হ'ল- স্বৰ্গ,মৰ্ত্য,পাতাল। 
৩) সোঁফালে দিয়া শব্দবোৰৰ পৰা সমাৰ্থক শব্দবোৰ বিচাৰি লিখাঁ- 
শতপত্ৰ-পদুম,পদ্ম,গোলাপ       পদুম,পদ্ম 
তিমিৰ - আন্ধাৰ,তমসা,ঘন         আন্ধাৰ,তমসা 
বেণু- বাহীঁ,মুৰুলী,তান               বাহীঁ,মুৰুলী 
চান্দ-চন্দ্ৰ,জোন,দিবাকৰ            চন্দ্ৰ,জোন 
বৰন- বৰ্ণ,ৰঙ,পোহৰ                  বৰ্ণ,ৰং 
ৰজনী- ৰজনী,ৰাতি,এন্ধাৰ          ৰজনী,ৰাতি

৪) তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য লিখাঁ- 
কিৰনঃ-
বৰনঃ-
বেনুঃ- 
ত্ৰিজগতঃ- 

৫) সমাৰ্থক শব্দৰে বাক্য লিখাঁ- 




৬) এটা শব্দত প্ৰকাশ কৰা-


      ক) গৰু বন্ধা ৰচী- পঁঘা 
      খ) যিয়ে ৰাতি নেদেখে- কুকুৰী কণা 
      গ) যিজনে বিষ্ণুক উপাসনা কৰে- 
      ঘ) যিজনে সকলো জানে-সৰ্বঞ্জানী 

৭) ত্ৰি শব্দ লগ লগাই নতুন শব্দ গঠন কৰা- 
ত্ৰি+জগত =ত্ৰিজগত 
ত্ৰি +শূল=  ত্ৰিশূল 
ত্ৰি+ভুজ= ত্ৰিভুজ 
ত্ৰি+কাল =ত্ৰিকাল 
ত্ৰি+কোন=ত্ৰিকোন
ত্ৰি+নয়ন=ত্ৰিনয়ন 
 
 Type-Arup Koch