সকলোকে কাতি বিহুৰ শুভেছা জনালো


সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব,


    Daily Assam Website  কাতি বিহু লগত সংগতি ৰাখি এখন ৰচনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে


    ৰচনা খনৰ  মূল বিষয়বস্তুঃ অসমৰ জাতীয় উৎসৱ কাতি বিহু (ৰচনা খন ১৫০০ শব্দ ভিতৰত থাকিব লাগিব)


    সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঠিকনা, ফোন নাম্বাৰ আৰু এখন ফটো দিব লাগিব।


    আপোনালোকে ৰচনা খন আমাৰ WhatsApp Numberত 29 তাৰিখ 12 বজাৰ ভিতৰত PDF বনাই জমা দিব লাগিব। (PDF Size 5 MB)


    আমাৰ WhatsApp Number: 6000879561.


Result

    বিজয় হোৱা জনৰ ৰচনা খন আমাৰ Website Upload দিয়া হব আৰু তেওঁ ফটো খন এদিনৰ বাবে আমাৰ Website Upload দিয়া হব।


পুৰস্কাৰঃ 

প্ৰথম পুৰস্কাৰঃ 3gb Internet (jio) আৰু Online ৰচনা Certificate দিয়া হ'ব।

দ্বিতীয় পুৰস্কাৰঃ Online ৰচনা Certificate দিয়া হ'ব।

তৃতীয় পুৰস্কাৰঃ Online. ৰচনা Certificate দিয়া হ'ব।



#ধন্যবাদ#