Chapter 3
চাহিদা আৰু যোগান ৰেখাৰ প্ৰয়োগ
(Applicatiion of Demand and Supply Curves)
প্ৰশ্নাৱলী
১। এটা কৃষিজ দ্ৰব্যৰ চৰকাৰে নিৰ্ধাৰণ কৰা দৰৰ উচ্চতম সীমা যদি দ্ৰব্যটোৰ বজাৰ দৰতকৈ কম হয় তেতিয়া ইয়াৰ চাহিদাৰ ওপৰত কেনে প্ৰভাৱ পৰিব?
What is effect on demand for commodity if the government resort to its price celling?
উত্তৰঃ
২। এটা দ্ৰব্যৰ দৰৰ নিম্নতম সীমা চৰকাৰে নিৰ্ণয় কৰাৰ ফলত দ্ৰব্যটোৰ চাহিদা আৰু যোগান কেনেভাৱে প্ৰভাৱান্বিত হয়?
What are the effects on demand and supply of a commodity if the government resorts to price floor ?
উত্তৰঃ
৩। কৃষিজ দ্ৰব্যৰ উৎপাদন বৃদ্ধি কিয় কৃষকৰ দৰিদ্ৰতাৰ কাৰণ হয় ।
Why the increase in output of agricultural product results in poverty of farmers?
উত্তৰঃ
৪। দৰৰ উচ্চসীমা নিৰ্ণয়ৰ লগত উপভোক্তাৰ উদ্বৃত্তৰ সম্পৰ্ক চিত্ৰৰ মাধ্যমত ব্যাখ্যা কৰা ।
Explain the relation between Price ceiling and consumer's surplus with the help of diagram.
উত্তৰঃ
৫। নিম্নতম সমৰ্থিত মূল্য বুলিলে কি বুজা? ই কেনেকৈ উৎপাদকৰ ৰাহিৰ সমস্যাৰ সৃষ্টি কৰে ?
What is minimum support price? In what ways creates the problem of producer's surplus?
উত্তৰঃ
Type: Krishna Bora
Post ID : DABP005196