Chapter 1


দুৰ্লভতা আৰু নিৰ্বাচনৰ সমস্যা

(Scarcity and Choice)



১। দুৰ্লভতা আৰু নিৰ্বাচনৰ সমস্যা একে সময়তে সৃষ্টি হয় ।___ মন্তব্য দিয়া।

Scarcity and Choice go together __ Coment.

উত্তৰঃ

২। 'কেৱল দুৰ্লভ দ্ৰব্যৰহে দৰ থাকে।' কথাষাৰ সচাঁনে? তোমাৰ উত্তৰৰ সপক্ষে মন্তব্য দিয়া।

'Only Scarce goods attract price.' Is the statement correct? Give reasons for your answer.

উত্তৰঃ

৩। কি দ্ৰব্য উৎপাদন কৰা হ'ব উক্ত সমস্যাটো কিয় উদ্ভৱ হয়?

Why does the Problem 'What to produce arise?

উত্তৰঃ

৪। দ্ৰব্য কেনেকৈ উৎপাদন কৰা হ'ব উক্ত সমস্যাটো কিয় উদ্ভৱ হয়?

Why does the problem of how to produce arise?

উত্তৰঃ

৫। ধনী দেশবোৰে মুখ্য অৰ্থনৈতিক সমস্যাকেইটাৰ সন্মুখীন হয়নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া ।

উত্তৰঃ 

৬। এখন অৰ্থনীতিৰ তিনিটা প্রধান সমস্যা কি কি ? সেইবোৰ কিয় সৃষ্টি হয় ? What are the three central problems of an economy ? Why do they arise ? 

উত্তৰঃ                      

৭। বিকল্প ব্যৱহাৰযোগ্য এটা দুর্লভ উপকৰণৰ দ্বিতীয় শ্রেষ্ঠ ব্যৱহাৰৰ পৰা হোৱা উপাৰ্জনেই হৈছে উপকৰণটোৰ সুযোগ ব্যয়— উক্তিষাৰৰ যথাৰ্থতা উদাহৰণেৰে ব্যাখ্যা কৰা । - The next best paid alternative of a scarce resource that has alternative uses is called its opportunity cost- Explain the validity of the statement with the help of an example .

উত্তৰঃ 

৮। উৎপাদনৰ সম্ভাৱনীয়তা ৰেখাৰ প্ৰত্যয়টো উদাহৰণসহ ব্যাখ্যা কৰা ৷ Explain the concept of production possibility curve with an example .

উত্তৰঃ 

৯। এখন অর্থনীতিয়ে উৎপাদনত সম্ভাৱনীয়তা ৰেখাতহে অৱস্থান কৰে , তাৰ ভিতৰত বা তলত নহয় । কথাষাৰ শুদ্ধনে অশুদ্ধ যুক্তি দিয়া ৷ An economy always produce on , but not inside a PPE . Defend or Refute .

উত্তৰঃ 

১০। কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতি আৰু বজাৰ অৰ্থনীতিৰ পাৰ্থক্য বিচাৰ কৰা ৷  Distinguish between a centrally planned economy and a market economy .

উত্তৰঃ 

১১ ।পুঁজিবাদ আৰু সমাজবাদৰ পাৰ্থক্য বিচাৰ কৰা ।  Distinguish between Capitalism and Socialism .

উত্তৰঃ 

১২। তলৰ প্ৰশ্নবোৰ শুদ্ধ নে অশুদ্ধ ? কাৰণ দৰ্শোৱা : 

Are the following statements true or false ? Give reasons . 

( ক ) “ কেনেকৈ উৎপাদন কৰা হ’ব ’ এই সমস্যাই উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰ মাজত নিৰ্বাচনৰ সমস্যাটোৰ নির্দেশ দিয়ে ।  The problem of ' how to produce ' involves choice between consumer goods and Capital goods . 

উত্তৰঃ

( খ ) এখন অর্থনীতিয়ে সদায় উৎপাদনৰ সম্ভাৱ্য ৰেখাত অৱস্থান কৰে । Economy always operates on production possibility frontier . 

উত্তৰঃ

(গ) এজন মানুহে এখন হোটেলত চাকৰি কৰিলে ৫০০০ টকা , বাগানত কাম কৰিলে ৪৫০০ টকা আৰু দোকানৰ বিক্রেতা হিচাপে কাম কৰিলে ৪০০০ টকা পাব । গতিকে তেওঁ হোটেলৰ চাকৰিত যোগদান কৰিব । এই ক্ষেত্ৰত তেওঁৰ সুযোগ ব্যয় হৈছে ৪০০০ টকা । 

উত্তৰঃ


Type: Krishna Bora 




Post ID : DABP005198