Bamboo 12 - নডলী ভলুকা
নডলী ভলুকা বাঁহ হাছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত (North-East) পোৱা যোৱা এদাল ডাঙৰ আকাৰৰ বাঁহ। ইয়াৰ উচ্চতা 15-18 মিটাৰ হয় আৰু ব্যাস 30-45 চেমি হয় আনহাতে এই বাঁহ দাল বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয় যেনে বাদ্য যন্ত্ৰ সজা, ঘৰ-দুৱাৰ বনোৱা, গৰু গাড়ি আদি বনোৱা কামত ব্যৱহাৰ কৰা হয়।
Type- Suman Kakati