Bamboo 11 - দলৈ বাঁহ
দলৈ বাঁহ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত (North-East) পোৱা এবিধ দূৰলভ বাঁহৰ প্ৰজাতি । এই বাঁহ দালৰ পৰা বহুতো সামগ্ৰি বনোৱা হয় কাৰণে ইয়াৰ খেতি কৰা হয়। এই বাঁহ দালৰ উচ্চতা 10-12 মিটাৰ হয় আৰু ব্যাস 13-14 লৈ হব পাৰে।
Type- Suman Kakati