Bamboo 15 - বিজুলী বাঁহ Bambusa Pallida


                                                          





বিজুলী বাঁহ দাল হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত (North-East) প্ৰচুৰ পৰিমাণে পোৱা যোৱা এদাল বাঁহ। এই বাঁহ দালৰ উচ্চতা প্ৰায় 10-12 মিটাৰ হয় আৰু ব্যাস 8-9 চেমি হয়। আনহাতে এই বাঁহ দালৰ কাণ্ডবোৰ 13-20 মিটাৰ ওখ হয় আৰু ইয়াৰ ব্যাস 5-8 চেমি হয়। আৰু ইণ্টাৰণোডবোৰ 45-70 চেমি দীঘল হয়। ইয়াৰ পাতবোৰ 10-20 চেমি হয়। 


Type- Suman Kakati