Bamboo - 3 কতাহী বাঁহ Bambusa Bambos


                                            





কতাহী বাঁহ দাল হৈছে এদাল বিশাল চিৰসেউজিয়া চিৰস্থায়ী বাঁহ।
এই বাঁহ দাল 15-18 চেমি লৈ ব্যাস হয়। গ্ৰীষ্মমণ্ডলীয়  এই বাঁহ দাল এছিয়াত বহু তোলপাটত খাদ্য আৰু ঔষধিয় সামগ্ৰী ৰূপে ব্যৱহাৰ কৰে। এছিয়াত এই বাঁহ দালৰ যঠেষ্ট পৰিমাণে খেতি কৰে আৰু এই বাঁহ দাল বনাঞ্চলৰ পৰা বহুলভাৱে চপোৱা হয়। অসমত এই বাঁহ দালক স্থানিয় ভাৱে কতাহী বাঁহৰ নামেৰে জনা যায়। ঠাই বিষেসে ইয়াক কত বাঁহ বুলিও কয়। এই বাঁহ দাল অসমৰ উত্তৰ-পূবাঞ্চত (North-East) বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায়।

Scientific  Name: Bambusa arundinacea

উচ্চতা 20 - 30 

মিটাৰ ব্যাস 10 - 18 চেমি 

বৃদ্ধিৰ অভ্যাস ঘন ক্লাম্পিং 

জলবায়ু ক্ৰান্তীয় - উপক্ৰান্তীয় 

হাৰ্ডিনেছ -1°চি 

উৎপত্তি দক্ষিণ-পূব এছিয়া

Kingdom: Assam

Clade: Tracheophytes
 
Clade: Angiosperms 

Clade: Monocots 

Clade: Commelinids

Order: Poales 

Family: Poaceae

Genus: Bambusa
 
Species: B. bambos

Colletion- Puspa Kakati

Type- Suman Kakti