Bamboo 2 - কতহা বাঁহ Bambusa bambos
Bamboo 2 - কতহা বাঁহ Bambusa bambos
কতহা বাঁহৰ গাইগুটীয়া গাঁঠিবোৰ ঘন ঘন হয়। বাঁহ দালৰ গা গছবোৰ বহুতো ঠাল ঠেঙুলিৰে ভৰা। কতহা বাঁহ দাল 24-32 বছৰলৈ জীৱন নিৰ্বাহ কৰে। এই বাঁহ দাল 20-35 মিটাৰৰ পৰিমাণে ওখ হয়। পাত বোৰ জীৱ-জন্তুৰ খাদ্য় দিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে এই বাঁহ দাল অসমৰ উত্তৰ-পূব (North-East) ঠাইত যষ্ঠেত পৰিমাণে দেখিবলৈ পোৱা যায়।
Scientific name: Bambusa arundinacea
ৰাজ্য: অসম
ক্লেড: ট্ৰেকিওফাইটচ
ক্লেড: এঞ্জিওস্পাৰ্ম
ক্লেড: মনোকট
ক্লেড: কমেলিনিড
অৰ্ডাৰ: পোলেচ
পৰিয়াল: পোচে
গণ: বাম্বুচা
প্ৰজাতি: বি. অশ্লীল
Colletion- Puspa Kakati
Type- Suman Kakati