Bamboo 7 - কাক বাঁহ Bambusa Hamiltani








কাক বাঁহ হৈছে এক প্ৰজাতিৰ বাঁহ যাৰ উচ্চতা 15-18 মিটাৰ আৰু ইয়াৰ ব্যাস হৈছে 12-15 এই বাঁহ দাল অসমৰ উত্তৰ পূৰ্বাঞ্চত (North-East) প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায়। সৰু হয় থাকোতে বাঁহ দালৰ কুমলবোৰ সেইজিয়ৈ হয় আৰু ডাঙৰ হোৱা পাছত কুমলবোৰ হালধীয়া মুগা হয়।

Kingdom: Assam

Clade: Tracheophytes 

Clade: Angiosperms 

Clade: Monocots 

Clade: Commelinids 

Order: Poales 

Family: Poaceae 

Genus: Dendrocalamus

Species: D. hamiltonii


Type- Suman Kakati