Bamboo 21 - হালধীয়া বাঁহ Bambusa Striata 





হালধীয়া বাহঁ হৈছে অসমৰ লগতকে উত্তৰ-পূৰ্বাঞ্চল (North-East)ত নিদিষ্ট ঠাইত পোৱা যোৱা এদাল উল্লেখযোগ্য বাঁহ। এই বাঁহ দালৰ সৰুৰে পৰা হালধীয়া হয় আৰু ইয়াৰ উচ্চতা 12-14 মিটাৰ ওখ হয় আৰু ইয়াৰ ব্যাস 8-9 চেমি হয়। এই বাহঁদালৰ বৈঞ্জানিক নাম হৈছে Bambusa Striata,বাহঁ দালৰ গাঠিঁবোৰ ঘন ঘন হয় এই বাহঁ দাল বিভিন্ন ধৰণৰ বস্তু আদি বনোৱা কামতো ব্যৱহাৰ কৰা হয় যেনে- বাদ্যযন্ত্ৰ, ঘৰ-দুৱাৰ আদি। 

Type- Suman Kakati





Post ID :DABP005590