Bamboo 10 - জাতি বাঁহ Bambusa Tulda
জাতি বাঁহ হৈছে অসমত উত্তৰ-পূব (North-East) ঠাইত যঠেষ্ট পৰিমাণে পোৱা যোৱা এদাল বাঁহ। এই বাঁহ দাল 15 মিটাৰ ওখ হয় আৰু 8 চেমি ডাঠ হয় আৰু ইয়াৰ ব্যাস হয় 0.8-1.2 চেমি । এই বাঁহ দালৰ পৰা কাগছ, ঘৰ-দুৱাৰ আদি বনোৱা হয়। কাৰণে ইয়াৰ যঠেষ্ট পৰিমাণে খেতিও কৰা হয়। এই বাঁহ দালৰ ইণ্টাৰণোডবোৰৰ দৈৰ্ঘ্য হৈছে 30-60 চেমি।
Kingdom: Assam
Clade: Tracheophytes
Clade: Angiosperms
Clade: Monocots
Clade: Commelinids
Order: Poales
Family: Poaceae
Genus: Bambusa
Species: B. tulda
Type- Suman Kakati