Bamboo 5 - কলচি বাঁহ Bambusa Wamin

                                                         








এই বাঁহৰ প্ৰজাতিটো সৰু হয় আৰু আকাৰত সুদ্ধৰ হয়। বাঁহ দালৰ উচ্চতা 2-5 চেমি উচ্চতালৈ হয়। এই বাঁহৰ পাতবোৰ সাধাৰণতে 15-30 চেমি দীঘল আৰু 2-3 চেমি বহল হয়। এই বাঁহ দাল অসমৰ উত্তৰ-পূৰ্বাঞ্চত (North-East) যঠষ্ঠেত পৰিমাণে দেখিবলৈ পোৱা যায়।                  

Height 2 - 5 m 

Diameter 2 - 12 cm 

Growth Habit Clumper 

Climate Tropical - Subtropical 

Hardiness -2°C


Type- Suman Kakati