মৃত্যুৰ খবৰ

মৰমৰ চুমন 

        খুব দুঃখেৰে সৈতে তোক জনাবলগীয়া হৈছে যে মোৰ দাদা যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যুমুখত পৰে।

    তেওঁৰ ইমান সোনকালে মৃত্যু হল যে ডাক্তৰক মতাৰো কোনো সময় নাপালো। নিজৰ মনকেই কোনোমতে শান্তনা দিব পৰা নাই। 

ইতি...............

হতভাগ্য........

Type-Bharat kalita 

Morigaon Assam