দাদা বিয়ালৈ বন্ধুক নিমন্ত্ৰণ


মৰমৰ অৰুপ 

    তুমি জানিবলৈ পাই সুখী হবা যে অহা 03/01/2022 তাৰিখ সোমবাৰে মোৰ দাদা বিয়াৰ দিন ঠিক কৰা হৈছে। আৰু তুমি সেইদিনা আমাৰ ঘৰত উপস্থিত থাকিব লাগিব। এইটো মাত্ৰ মোৰে অনুৰোধ নহয়, দাদাৰো অনুৰোধ।
   
     আজিলৈ ইমানেই । তুমি মোৰ মৰম লবা আৰু আহিবা । 
    ইতি .............।