বন্ধু / বান্ধবীক নিমন্ত্ৰণ 


মৰমৰ......... 

        তুমি জানিবলৈ পাই সুখি হবা যে অহা 03/01/2022 তাৰিখে সোমবাৰে মোৰ বিয়া দিন ঠিক কৰিছো। তেওঁ শ্ৰী মতী ........... ৰ একমাত্ৰ ছোৱালী। 
    তোমাৰ ওচৰত মোৰ বিশেষ অনুৰুধ যে, মোৰ জীৱনৰ এই শুভ মুহূৰ্ত্তত তুমি উপস্থিত থাকিব লাগিব। মই জানো যে তই আজিকালি খুব ব্যস্ত, তথাপি মোৰ বিশ্বাস তই মোৰ অনুৰোধ ৰক্ষা কৰি বিয়াত উপস্থিত থাকিলে মই আনন্দিত হম।
    
    আজিলৈ বিশেষ নাই। মোৰ মৰম লবা আৰু আহিবা।

ইতি
...........।