ছুটি মনজুৰিৰ বাবে আৱেদন

প্ৰতি,

    মাননীয় মতিৰাম বৰা আদৰ্শ হাই স্কুল বৰঙাবাৰী, প্ৰধান শিক্ষক মহোদয় 

তাৰিখ-12/12/2021

বিষয়- ছুটি মনজুৰিৰ বাবে আৱেদন 

    মহোদয়, 

               সন্মান পূৰ্বক বিনীত নিবেদন  এই যে আজি মই  চতুৰ্থ উপাংশ পাছত ঘৰলৈ যাব বিচাৰিছো  কাৰণ আজি  মোৰ মোৰৰ বিষৰ বাবে  অশান্তি লাগি আছে সেয়েই  দয়ালু মহোদয় উক্ত সময় খিনি  ছুটি মনজুৰি কৰে যেন। এইয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

ইতি

আপোনাৰ একান্ত বাধ্য ছাত্ৰ 

নাম-

শ্ৰেণী-

ৰোল নং-


Type-Bharat kalita 

Morigaon Assam