Bamboo1 - Buddha Belly Bamboo
Buddha Belly Bamboo বিষয়ে কিছু চমু তথ্য
বাঁহ বিভিন্ন প্ৰজাতিৰ আছে তাৰে ভিতৰত Buddha Belly Bamboo এক অন্যতম প্ৰজাতী। এই বাঁহ দাল দেখিবলৈ বহুত সুন্দৰ হয়। এনেকুৱা বাঁহ যষ্ঠেত কম কম ঠাইত হে দেখিবলৈ পোৱা যায়। মানুহে এই বাঁহ দাল নিজৰ ঘৰৰ বাগিছাখন সজাবৰ কাৰণেও ব্যৱহাৰ কৰে। আনহাতে এই বাঁহ দাল উত্তৰ-পূব (North-East) চাইদত কিছু সংখ্যাক পৰিমানে দেখিবলৈ পোৱা যায়।
Scientific name: Bambusa ventricosa
Common Name: Buddha belly bamboo
Type: Ornamental grass
Family: Poaceae
Native Range: Southern China
Zone: 9 to 12
Height: 40.00 to 55.00 feet
Spread: 30.00 to 40.00 feet
Bloom Time: Rarely flowers
Sun: Full sun to part shade
Water: Medium
Maintenance: Medium
Flower: Insignificant
Leaf: Evergreen
Other: Winter Interest
Colletion- Puspa Kakati
Type- Suman Kakati