Bamboo 8 - কলা বাঁহ Dendrocalamus Hamiltonii

                              





কাক বাঁহ হৈছে এদাল অসমৰ উত্তৰ-পূৰ্বাঞ্চলত (North-East) যঠেষ্ট পৰিমাণে পোৱা যোৱা এদাল বাঁহ যি দাল বাঁহ বহুতো জোপোহা জোপোহি কৈ লাগে কাক বাঁহ দালৰ উচ্চতা প্ৰায় ১৫-১৮ মিটাৰ আৰু ইয়াৰ ব্যাস ১২-১৫ ছেমি হোৱা দেখিবলৈ পোৱা যায়। এই বাঁহ দালৰ বহুতো কামত ব্যৱহাৰ হয় কাৰণে ইয়াৰ যঠেষ্ট পৰিমাণে খেতি কৰা হয়।

Kingdom: Assam 

Clade: Tracheophytes

Clade: Angiosperms

Clade: Monocots 

Clade: Commelinids 

Order: Poales 

Family: Poaceae 

Genus: Dendrocalamus 

Species: D. hamiltonii

USDA hardiness: 10-12


Type- Suman Kakati