► Audio Credits
♫ Song : Nahibi Kakhole
♫ Singer : Aranyam Duwarah Ft. Meghali Borokha
♫ Lyrics/Tune : Chinmoy Kaushik & Joy Nirvan
♫ Additional Lyrics/Tune : Arpon Jyoti Gogoi
♫ Music /Mix /Master: Rex Boro
♫backing vocal: Deepsikha borah
♫ Flute:Anjan Medhi
Cover Photo :Parthajit Hira
► Video Credits:
Lyrical Video: Bitupon Nath
Lyrics
নাহিবি কাষলে
নাচাবি চকুলে
নিদিবি মৰম মোক
যাঁচিবি আনকে
তোক ভগাব নোৱাৰো
আধা আধা কৰি
কিদৰে কওঁনো তোক
ক' ম ভগৱানকে
আনে বুকুলে আহি
ঠাই ল'ব নোৱাৰে
তোকে এৰি গুচি যাম
সেয়াও হ'ব নোৱাৰে
তোৰ সমান ধুনীয়া
জোনো হ'ব নোৱাৰে
তোৰ সমান কাহানিও
কোনো হ'ব নোৱাৰে
নাহিবি কাষলে
নাহিবি কাষলে
দিন ৰাতিও হ'ব
নৈ ওলটি ব'ব
মৰম চেনেহ বোৰ
সলনি নহ'ব
তুমি আছা যেনেকৈ
থাকিবা তেনেকৈ
তুমি সলনি হ'লে
মই থাকিম কেনেকৈ
নাহিবি কাষলে
দিন ৰাতিও হ'ব
নৈ ওলটি ব'ব
মৰম চেনেহ বোৰ
সলনি নহ'ব
তুমি আছা যেনেকৈ
থাকিবা তেনেকৈ
তুমি সলনি হ'লে
মই থাকিম কেনেকৈ
নাহিবি কাষলে
আনে বুকুলে আহি
ঠাই ল'ব নোৱাৰে
তোক এৰি গুচি যাম
সেয়াও হ'ব নোৱাৰে
তোৰ সমান ধুনীয়া
জোনো হ'ব নোৱাৰে
তোৰ সমান কাহানিও
কোনো হ'ব নোৱাৰে
নাহিবি কাষলে
Post ID : DABP005171