Bamboo 6 - কলা বাঁহ Phyllostachys Nigra
কলা বাঁহ (black bamboo) (North-East) বাঁহ দাল হৈছে অসমৰ উত্তৰ-পূৰ্বাঞ্চলত (North-East) পোৱা এক অন্যন্তম বাঁহ জি বাঁহ দালৰ গোটোই গাটো কলা ৰঙৰ হয়। এই বাঁহ দাল 25 মিটাৰ (82 ফুট) ওখ হয় আৰু 30 চেমি (1 ফুট) বলহ হয়। এই বাঁহ দালৰ পাতবোৰ 4-13 চেমি (2-5 ইঞ্চি) দীঘল হয়। এই বাঁহ দালক অন্যান্য কামৰ লগতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ কাৰণেউ ব্যৱহাৰ কৰা হয়।
Scientific Name: Black Bamboo
Kingdom: Assam
Clade: Tracheophytes
Clade: Angiosperms
Clade: Monocots
Clade: Commelinids
Order: Poales
Family: Poaceae
Genus: Phyllostachys
Species: P. nigra
Type- Suman Kakati