Bamboo 9 - খাওলাম Schizostachyum pergyacile


                                        






খাওলাম বাঁহ হাছে এদাল অসমৰ উত্তৰ-পূৰ্বাঞ্চলত (North-East) প্ৰচুৰ পোৱা যোৱা বাঁহ। যাৰ বৈজ্ঞানিক নাম শ্বিজোষ্টাচিয়াম পাৰ্গ্ৰাচিল। এই বাঁহ দালৰ যঠেষ্ট পৰিমাণে খেতিও কৰা হয় কাৰণ এই বাঁহ দালৰ পৰা বহুতো ধৰণৰ খজুলি বনাব পাৰা যায়। এই বাঁহ দালৰ উচ্চতা 10-15 মিটাৰ লৈ হয় আৰু ইয়াৰ ব্যাস 50-75 মিমি হয়। ইণ্টাৰনোডবোৰ পাতল হয় আৰু গড়ে 30-45 চেমি দীঘল হয়।  

Kingdom: Assam

Clade: Tracheophytes

Clade: Angiosperms 

Clade: Monocots 

Clade: Commelinids 

Order: Poales 

Family: Poaceae 

Subfamily: Bambusoideae 

Tribe: Bambuseae 

Subtribe: Melocanninae 

Genus: Schizostachyum


Type- Suman Kakati