Bamboo 14 - বজাল বাঁহ Schizostachyum polymorphom
বজাল বাঁহ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত (North-East) ছাইদত পোৱা যোৱা এদাল বিশেসনিয় বাঁহ। এই বাঁহ দাল উচ্চতা 5-8 মিটাৰ মান হে হয় আৰু ইয়াৰ ব্যাস 6-7 চেমি মান হে হয়। এই বাঁহ দালৰ পৰা বিশেষ একো কাম কৰিব নোৱাৰে বাবে ইয়াৰ বেছি কাম নাই।
Type- Suman Kakati