অধ্য়ায় ৭

উদ্বৃত মিলনপত্ৰ আৰু ভূলৰ শুধৰণি 

(TRIAL BALANCE AND RECTIFICATION OF ERRORS)


প্ৰশ্নাৱলী (Exercise)

1. What is a Trial Balance? What are its objects?

উদ্বৃত্ত মিলন পত্ৰ কি? ইয়াৰ উদ্দেশ্য়সমূহ কি কি?


2. Write the features of Trial Balance?

উদ্বৃত্ত মিলন পত্ৰৰ বৈশিষ্ট্য়সমূহ লিখা।


3. Enumerate the procedure Trial Balance.

এখন উদ্বৃত্ত মিলনপত্ৰ প্ৰস্তুত কৰাৰ প্ৰণৈালী উল্লেখ কৰা।


4. State and explain the various types of Trial Balance.

বিভিন্ন প্ৰকাৰৰ উদ্ধৃত্ত মিলনপত্ৰ নাম উল্লেখ কৰি ব্যাখ্যা কৰা।


5. What is an error? What are the various types of errors? Explain these errors?

ভুল কি? বিভিন্ন প্ৰকাৰৰ ভুলসমূহ কি কি? চমুকৈ ব্যাখ্যা কৰা।


6.What are the different types of errors of commission? Exp[lain these beiefly.

অশুদ্ধ প্ৰৱষ্টি বাবে হোৱা বিভিন্ন ভুলসমীহ কি কি? সিহঁতৰ ব্যাখ্যা দাঙি ধৰা।


7. Explain error of omission and error of commission with examples.

বাদ পৰি যোৱা ভুল আৰু কৰ্মাত্মক ভুল উদাহৰণসহ ব্যাখ্যা কৰা।


8. Explain the  meaning  of error of principle.

 হিচাপৰ নীতিগত ভুলৰ অৰ্থ ব্যাখ্যা কৰা।


9. Explain the errors which are not detected by Trial Balance.

 উদ্বৃত্ত মিলনপত্ৰই ধৰা পেলাব নোৱাৰা ভুলসমূহ ব্যাখ্যা কৰা।


10. What is Adjusted Trial Balance? How is it prepared?

সংযোজিত উদ্বৃত্ত মিলনপত্ৰ কি? িয়াক কেনেকৈ  প্ৰস্তুত কৰা হয়?


11. Discuss the limitation Trial Balance.

উদ্বৃত্ত মিলনপত্ৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা?


12. What are the reasons of disagreement  of a Tribal Balance?

এখন উদ্বৃত্ত মিলন পত্ৰ অমিল হোৱাৰ কাৰণসমীহ কি কি?


13. What errors are disclosed by a Trial Balance?

কি কি ভুল উদ্বৃত্ত মিলনপত্ৰই ধৰা পেলাব পাৰে?


14. (a) What is the purpose of a Trial Balance?

 উদ্বৃতে্ত মিলনপত্ৰ উদ্দেশ্য কি?

(b) Trial Balance is a proof only of the arithmetical accuracy of the  accounts--Comment.

উদ্বৃত্ত মিলনপত্ৰ হৈছে প্ৰৱষ্টিৰ গণিতিক শুদ্ধতাৰ প্ৰমাণ মাথোন। মন্তব্য কৰা।

(c) What types of error may remain in the books in spite of the agreement of the Trial Balance? 

উদ্বৃত্ত মিলনপত্ৰ মিলিলেও হিচাপৰ বহীত কোন প্ৰকাৰৰ ভুল ৰব পাৰে? 


15.When both sider of Trial Balance agree in the figure, will you then presume that your books of accounts are correct?

উদ্বৃত্ত মিলনপত্ৰ দুয়োটা দিশ মিলি গলেও তুমি হিচাপৰ বহীসমূহ শুদ্ধ হৈছে বুলি ধৰিব পাৰিবানে?


16. State on Which  of the Trial Balance you would expect to find the following balance.

তলত দিয়া উদ্বৃত্তসমূহ উদ্বৃত্ত মিলনপত্ৰৰ কোন স্তম্ভত বহিত কাৰণ দৰ্শাযই লিখা:

(i) Capital (মূলধন) (ii) Purchase(ক্ৰয়) (iii) furniture (আচবাব (iv)Returns Inward (ক্ৰয় ফিৰৎ) ; (v) Drawings (আহৰণ)।


17. In Case of disagreement of the Trial Balance. What procedure you would follow to locate the errors?

উদ্বৃত্ত মিলনপত্ৰ অমিল হলে. ভুল নিৰ্ধাৰণ কৰিব কাৰণে তুমি কি পদিধতি িঅনুসৰণ কৰিব?


18. Prepare a Trial Balance of Sri Niranjan Bhawal as at 31st December 2007 from the following Ledger Balances:

খতিয়নৰ নিম্নলিখিত উদ্বৃত্তসমূহৰ পৰা শ্ৰীনিৰজ্ঞন ভৱপালৰ  2007চনৰ 31ডিচেম্বৰত এখৱ উদ্বৃত্ত মিলন পত্ৰ প্ৰৱস্ত কৰা:

20. The following are the ledger and cash balance of Sri Ashok Baid Show the correctness or otherwise of it.

নিম্নলিখিত উদ্বৃত্তসমূহ শ্ৰীআশোক বৈদব খতিয়ন আৰূু নগদ বহীৰ উদ্বৃত্ত। এইবোৰ শুদ্ধ হৈছেনে নাি দেখুওঁৱা।

Capital Rs. 18,000;

Sundry Creditors Rs, 10,000

Purchases Rs, 16,000

 টকা) Sundry Debtors Rs, 6,000 (বিভিন্ন দেনাদাৰ 6,000v টকা) Salaries Rs 600 (দৰমহা 600 টকা)  Rent Rs 400 (ভাড়া  টকা 400) Wages Rs100 (মজুৰী টকা 100) Carriage Inward Rs ২০০ ক্ৰয়-জনিত পৰ্বহণ 200 টকা) Insurance Rs 200 (বীমা টকা 200) Bills Payable Rs 3,900 (প্ৰদেয় বিল3,900 টকা) Cash Rs 22,300 (নগদ টকা 22,300টকা) Returns Outward RS 400 (ক্ৰয় ফিৰৎ 400 টকা) Returns Inward Rs 500 (বিক্ৰয় ফিৰৎ 500 টকা) ।

   Information:তথ্যসমূহ: 

1,Credit purchaser Rs 10,000 and credit sale of Rs 20,000 have not recorded in the books.     

বাকী ক্ৰয় 10,000 টকা বাকী বিক্ৰী 20,000 টকা হিচাপত লোৱা নহল

2. Outstanding liabilities :(1) wages Rs 5,000 (ii) Rent 2,000:(iii) Carriage inward Rs 1,000 (iv) Prepaid insurance Rs 5,00

অপ্ৰদত্ত দেনা: মজুৰী 5,000 টকা (ii) গাড়ীভাড়া 1,000 টকা (iv) অগ্ৰিম প্ৰদত্ত বীমা 500টকা।

On the basis of the above information

উক্ত তথ্যসমূহৰ ভিত্তি

(a) Post entries to the Ledger Account

খতিয়নৰ হিচাপ সমূহত প্ৰৱষ্টিসমূহ খতিয়নিভুক্তি কৰা

(b) Prepare Adjusted Trial Balance as on 31st March 2008

2008 চনৰ 31মাৰ্চত সংযোগিত উদ্বৃত্ত মিলন পতৰখম প্ৰস্তুত কৰা।

Ans. Total of Adjusted Trial Balance Rs, 6,68,000

24 Rectify the following errors 

নিম্নলিখিত ভুলসমূহ শুধৰোৱা।

(a) Goods worth Rs 150 retuned by Haren. Though it was taken stock but no entry was made in the books.

1,50 টকাৰ সামগ্ৰী হৰেনে ফিৰৎ দিলে। সেই সামগ্ৰী মজুত সামগ্ৰীৰ অন্তৰ্ভুক্ত কৰা হল কিন্তু হিচাপ কোনো প্ৰৱষ্টি পতা নহল।

(b) Rs 20 was allowed as discount to Rahim on payment of 480 The transaction was entered in the Cash Book But discount was not debited in the ledger.

ৰহিমে নগদ 480 টকা আদায় দিয়াত 20 টকা পিছৰ পৃষ্ঠালৈ স্থানান্তৰ কৰোঁচতে 968 টকা লিখা হল।

25. How would you rectify the following errors?

নিম্নলিখিত ভুলসমূহ তুমি কেনেদৰে শুদ্ধ কৰিবা?

  (a) Goods worth Rs, 115 sold to Priyamboda Saikia on credit was entered in Sales Book correctly. but her account in the ledger was debited with Rs 151

প্ৰিয়ম্বদা শইকীয়াক বস্তু বাকীত বেচা 115 টকা বিক্ৰয়বহীত ঠিকেই লিখা হল কিন্তু খতিয়নত থকা তেখেতৰ হিচাপত 151 টকা ডেবিট কৰা হল।

(b) Purchases return of Rs. 850 wrongly debited in the Purchases account.

850 টকা ক্ৰয় ফিৰৎ সামগ্ৰী ক্ৰয় হিচাপত ডেবিত কৰা হল।

(c) Credit sale of goods to Apurba Bora worth Rs 500 was debited to Apurba Barua in the ledger while posting from Sales Book.

অপূৰ্ব বৰাক বাকীত বেচা সামগ্ৰী 500  টকা বিক্ৰী বহীৰ পৰা খতিয়ন ভুক্তি উপূৰ্ব বৰুৰাৰ হিচাপত ডেবিট কৰা হল।

 (d) Typewriter worth Rs 6,900 was purchases bit was wrongly debited to Trade Expenses account.

6,900 টকাত কিনা এটা মুদ্ৰা লিখন যন্ত্ৰ ভুলতে ব্যৱসায়িক খৰচ ডেবিট কৰা হল।

 (e) A Cash sale of Rs 90 to Gopal was wrongly credited to his personal account in the ledger.

গোপালক নগদ বিক্ৰী কৰা 90টকা ভুলতে  তেওঁৰ নামৰ হিচাপত ডেবিট কৰা হল।

(f)  Repair of Rs 150 done  Machinery was debited to Machinery Account.

যন্ত্ৰপাতিৰ বাবে মেৰামতি খৰচ 150 টকা যন্ত্ৰৰাতি হিচাপত ডেবিট কৰা হল।

(g) AN old secondhand machine was purchase and Rs 500 was spent repairing the same. The repair charge was debited in the  Repairs account. 

এটা পুৰণি যন্ত্ৰ কিনা হল আৰু তাক ব্যৱহাৰ উপযোগী ৰকৰিবলৈ  500 টকা মেৰামতি বাবদ খৰছ কৰা হল । এই মেৰামতি খৰচ মেৰামতি হিচাপ ডেবিট কৰা হল।

 26.Jadu Saikia discovered the following errors in his books of account Make out entries for their rectification.

যাদু শিকীয়াি তেওঁৰ হিচাপ বহীত নিম্নলিখিত ভুলসমূহ উলিয়ালে। সেইবোৰ শুধৰণি বাবে জাবেদা প্ৰৱষ্টি দেখুওঁৱা।

(a) A credit sale of goods of Rs 500 to Joseph has been wrongly passed through  Purchase Books.

যোচেফক 150 টকা বস্তু বাকীত বিক্ৰী কৰা হল আৰু চতাক ভক্ষুলতে ক্ৰয় বহীত লিখা হল।

(b) Rs 550 salary paid to Bidya Goswami cashier stand wrongly debited to General Expense Account.

550 টকা খাজাজ্ঞী বিদ্ গোস্বামীক দৰমহা দিয়া হল এই টকা তেওঁৰ হিচাপত ডেবিট কৰা হল।

 (c) Rs 750 being cash paid to the proprietor has been debited to General Expenses Account.

মালিকে আহৰণ কৰা 750 টকা সাধাৰণ ব্যৱসায়িক ব্যয় হিচাপত জেবিট কৰা হল।

(d) A payment of Rs 250 for salary to Krishnaram Bora has been posted twice to Salary Account..

কৃষ্ণৰাম বৰাক 250 টকা দৰমহা দিয়া হল আৰু এই টকা ভুলতে দৰনমহা  হিচাপত দুবাৰ ডেবিট কৰা হল।

(e) A sum of RS 300 paid by  way of rent has been debited to Landlord's  Personal Account.

300 টকা ঘৰ ভাড়া াদায় দিয়া হল আৰু এই টকা ঘৰৰ মালিকৰ ব্যক্তিগত দৰমহা হিচাপত দুবাৰ ডেবিট কৰা হল।

 (f) Old typewriter sold for cash Rs 1,000 has been posted to Sales Account.

এটা পুৰণি মিদ্ৰালিখন যন্ত্ৰ নগদ 1,000 টকাত বিক্ৰী  কৰা হল। এই বিক্ৰী, বিক্ৰী হিচাপত ডেবিট কৰা হল।

(g) A sale of Rs 516 to Reba Bora has been entered in the  Sales Book A Rs 561.

ৰোবা বৰাক 516 টকাৰ বেচা বস্তু ভুলতে বিক্ৰী বহীত 561 টকা বুলি লিখা হল।

(h) Furniture for Rs 450 purchases by the propriector for has personal user has been entered in Purchases Account.

 450 টকাৰ আচবাবপত্ৰ মালিকৰ নিজৰ ৱ্যবহাৰৰ বাবে কিনিলে। এই লেনদেন ভুলতে ক্ৰয় বহীত প্ৰৱষ্টি কৰিলে।

27.Give Journal entries to rectify the following errors.

তলৰ ভুলবিলাক শুদ্ধকৰম বাবে জাবেদা প্ৰৱষ্টি দিয়া।

(i) A purchases of goods from Ram amounting to Rs 150 has been wrongly passed through Sales Book.

ৰামৰ পৰা পণ্য কিনা বাবদ  150 টকা ভুলতে বিক্ৰয় বহীত লিখা হল।

(ii) An amount of Rs 200 due from Mahesh Bora Which had Been written off as a bad debit in a previous year was unexpectedly recovered and has been posted to the personal account of Mahesh Bora.

 মহেশ বৰাৰ পৰা পাবলগীয়া 200 টকা আগৰ এটা বছৰত অনুদ্ধাৰণী৪য় ধণ হিচাপে বাদ দিয়া হৈছিল। সেই টকাখিনি অপ্ৰত্যাশিতভাৱে পোৱা হল আৰু মহেশ বৰাৰ হিচৈাপত জমা কৰা  হল।

(iii) The  proprietor valued at Rs 150 for his personal use but it has not been recorded in the books. 

 মালিকে নিজৰ ব্যৱহাৰৰ বাবে 150 টকা মূল্যৰ পণ্য গল কিন্তু ইয়াক হিচাপৰ বহীত হোৱা নাই।

(iv) Rs 700 received by sale of an old machine has been treated as cash sale.

পুৰণি মেচিন এটা বেচি পোৱা 700 টকা নগদ বিক্ৰী হিচাপে গণ্য কৰা হৈছিল।

28. Pass journal entries to rectify  the following errors.

তলৰ ভুলবিলাক  শুধৰাবলৈ জাবেদা প্ৰৱষ্টি কৰা:

(i) Goods worth Rs 300 taken away by the proprietor for personal use not recorded  in the books of account.

 মালিকে  নিজৰ ব্যৱহাৰৰ বাবে 300 টকাৰ বস্তু নিছিল কিন্তু এই কথা হিচাপৰ বহীত লিখা হোৱা নাছিল।

(ii) Cash sale to Sarat of Rs 922 was recorded was debited to Rams account.

শৰতক নগদ বিক্ৰী কৰা 922 টকাৰ ঠািত 292 টকা লিখা হৈছিল।

(iii) Rs 2,000 paid as rent to Ram a landlord w3as debited to Rams account.

 ঘৰৰ মালিক গৰভাড়া বিচাপে দিয়া 2,000 টকগা ৰামৰ হিচাপত ডেবিট কৰা হৈছিল।

                      SUSPENSE ACCOUNT/স্থগিত হিচাপ

29. What is a Suspense Account?

স্থগিত হিচাপ কি?

30. Why is a Suspense Account raised in the books of a Trade? Give four illustrations of a Suspense of a Suspense  Account?

 এজন ব্যৱসায়ী বহীতৱ স্থগিত হিচাপ কিয় খোলা হয়? স্থগিত চাৰিটা উদাহৰণ দিয়া।(H.S. 1975)

31. For the years ended 31st Dec. 2007 the following errors into the account books of a trader. For that a difference of Rs 196 was transferred to the debit of Suspense Account  and the Trial Balance  Agreed  Give the necessary rectifying entries and also the Suspense Account.

এজন ব্যৱসায়ীৰ 2007 চনৰ 31 ডিচেম্বৰত শেষ হোৱা বছৰটোত  তলত দিয়া ভুল বিলাক হৈঠছিল। সেি কাৰণে উদ্বৃত্ত মিলন পত্ৰৰ ডেবিট পক্ষত 196 টকা স্থগিত হিচাপৰত দেখুৱাি ুদ্বৃত্ত মিলন পত্ৰ থোৱা হল। াৱশ্যকীয় প্ৰাথমিক প্ৰৱষ্টিসমূহ লিপিবদ্ধ কৰি স্থগিত হিচাপ দেখুৱওৱা : 

(a) Sales Day Book for the month of June was overcast by Rs 510.

জুন মাহত দৈনিক বিক্ৰীয়  বহীৰ যোগখল 510 টকা বেছি ধৰা হৈছিল।

(b) Purchase of Furniture for Rs 300 was wrongly  passed through the Purchases Book. 

300 টকা আচবাবপত্ৰ কিনি ভুলক্ৰমে  ক্ৰয় বহীত দেখুওৱা হৈছিল।

(c) Rs 157 received from Gopal a customer was mistakenly debited to his personal account.

খৰিদ্দাৰ  গোপালৰ পৰা 157 টকা পোৱা হয় আৰু ভুলতে তেওঁৰ ব্যক্তিগত হিচাপত ডেবিট লিখা হয়।

(d) Travelling Allowances for Rs 500 paid to the manager was wrongly  debited to his  personal account.

মেনেজাৰক যাতায়ত খৰচ বাবদ 500 টকা দিয়া হৈছিল কিন্তু ভুলতে তেওঁৰ ব্যক্তিগত হিচাপ ডেবিট কৰা হৈছে।

 32. The Book keeper of M/S tip could  not made Trial Balance agree. He transferred an amount of Rs 296 being  excess of the debit side  total to the Suspense Account The following errors were subsequently discovered.

মেচাৰ্চ টিপ টুৰ হিচাপৰক্ষকে  উদ্বৃত্ত মিলন পত্ৰখন মিলাব নোৱাৰিলে। তেওঁ স্থগিত হিচাপ খুলি তালৈ  ডেবিট  দিশৰ ৰাহি  296 স্থানান্ত কৰিলে। পিছত নিম্নলিখিত ভুলবোৰ ধৰা পৰিল:

(a) Sales Book was overcast by Rs 300

বিক্ৰয় বহীৰ যোগফল 300 টকাৰে বেছি কৰা হৈছিল।

(b) Purchase  of Typewriter worth Rs 6,150 was passed through the Purchase Book.   

6,150 টকাৰে  কিনা মাদ্ৰালিখন যন্ত্ৰ ভুলতে  ক্ৰয় বহীত অন্তৰ্ভুক্ত কৰা হৈছিল।

(c) An amount of Rs. 55 received from M/s Kanta Bhandar was posted to their account Rs. 550.

 মেচাৰ্চ কান্তা ভাণ্ডাৰ পৰা 55 টকা পোৱা হৈছিল কিন্তু তেওঁলোকৰ হিচাপ 550 টকাৰে ক্ৰেডিট কৰা হৈছিল।

(d) Purchase Return Book total on a folio was carried forward as Rs 221 instead of Rs112.

ক্ৰয় ফিৰৎবহীৰ এটা পৃষ্টাৰ যোগফল 112 টকা পৃষ্ঠালৈ স্থানান্তৰ কৰোঁতে ভুলতে  221 টকা লিখা হল।

(e) A cash sale of Rs 1,235 through duly entered in the cash Book was posted to the Sales account as Rs 235.

নগদ বিক্ৰী 1,235 টকা যদিও ৰোকৰ বহীত ঠিকমতে লিখা হল কিন্তু বিক্ৰয় হিচাপত 235 টকাহে  লিখা হল।

(f) Salary Account was overcast by Rs. 200.

দৰমহা হিচাপ ২০০ টকাৰে বেছিকৈ যোগ কৰা হ'ল।


33. The Trial Balance of Arun on 31st December, 2007 showed a difference which was put to a Suspense Account and the books were closed. On going through the books in January, 2008 the following errors were detected. You are required to pass suitable rectifying journal entries and prepare the Suspense Account.

(i) Rs. 540 received from M. Medhi was posted ot the debit of his Account.

(ii) Rs. 100 being Purchases Return was posted to the debit of Purcheses Account.

(iii) A sale of Rs. 350 to Saha was entered in the Sales Book as Rs. 530.

(iv) While carrying forward total of one page in Kalita's Account. The amount of Rs. 250 was written on the credit side instead of the debit side.

শ্ৰীঅৰুণৰ ২০০৭ চনৰ ৩১ ডিচেনম্বৰত উদ্বৃত্ত মিলন পত্ৰখন নিমিলাৰ হেতুকে পাৰ্থক্য় খিনি এটা স্থগিত হিচাপত ৰাখি বহী সামনৰা হ'ল। ২০০৮ চনৰ জানুৱাৰী মাহত বহীবোৰ পৰীক্ষা কৰোঁতে তলৰ ভূলখিনি ধৰা পৰিল। তুমি এতিয়া আৱশ্য়কীয় শুধৰণিৰ জাবেদা প্ৰৱিষ্টি দিয়া আৰু স্থগিত হিচাপ তৈয়াৰ কৰি দেখুউৱা।

(i) এম. মেধিৰ পৰা পোৱা ৫৪০ টকাৰে তেওঁক ডেবিট কৰা হৈছিল।

(ii) ক্ৰয় ফিৰতৰ ১০০ টকাৰে ক্ৰয় হিচাপ ডেবিট কৰা হৈছিল।

(iii) সাহাৰ ওচৰত বিক্ৰী কৰা ৩৫০ টকা বিক্ৰয় বহীত ৫৩০ টকা বুলি লিখা হৈছিল। 

(iv) শ্ৰীকলিতাৰ হিচাপৰ এ়টা পৃষ্ঠাৰ যোগফল 250 টকা পাছৰ পৃষ্ঠাৰ ডেবিট পক্ষত নিলিখি ক্ৰেডিটপক্ষত লিখা হৈছিল?

34. The book-keweper of M/s Todi S Sons could n]ot make the Trial Balannce agree opended qa Suspen se Account with the different. Subsequently the following errors were discovered.

টোডি এণ্ড চনচৰ হিচাপৰক্ষকে তেওঁলোকৰ উদ্বৃত্ত মিলপত্ৰ মিলাব নোৱাৰিলে। তেওঁতলত দিয়া ভুলসমূহ ধৰা পৰে।

(a) Purchase book was uhndercast in Decenber by Rs 2,000.

ডিচেম্বৰমাহগৰ ক্ৰয় বহীৰ যোগফল 2,000.টকাৰে কম কৰা হৈছিল।

(b) goods bought from M/S Paul s Co. on credit Rs. 500 had been p[osted to the credit of their  account as Rs. 50.

মেচাৰ্চ পাল এণ্ড কোংৰ  পৰা বাকীত কিনা 500 টকাৰ পণ্যৰ বাবে ভুলতে উক্ত টকাৰে ক্ৰেডিট কৰা হয়।

(C) A cash sale of Rs, 200 to Habibur Rahman wrongly credited his account with the amount?

হাবিবুৰ ৰহমানক 200 টকাৰ বস্তু নগদ বেচা হল, কিন্তু ভুলতে তেওঁৰ হিচাপৰ উক্ত টকাৰে ক্ৰেডিট কৰা হল।

(d) Sales return of Rs, 150 wrongly passed through Cash Book And customers are credited for the returns.

150 টকাৰ বিক্ৰয় ফিৰৎ ক্ৰেডিটত স্থানান্তৰ কৰা হয়।

(e) The Discount column oof the debit side of thne Cash Book was overcast by Rs,75.

ৰোকৰ বহীৰ ডেবিট দিশৰ বাট্ৰা স্তম্ভৰ যোগফল 75 টকাৰে কৰা হৈছিল।

(f) A cheque of Rs, 750 recieived from Niirupama Hazarika was s4ent to bank collection and the cheque was dishpnoured and from bank returned it back. But this retured was debited in Bills Receivedble Account. 

নিৰুপমা হাডৰিকাৰন পৰা পোৱা 750 টকাৰ এখন চেক বেংকত সংগ্ৰহৰ কাৰণে পঠোৱা হৈছিল আৰু এই চেকখন প্ৰত্যাখ্যান হোৱা বাবে বেংকত ফিৰৎ দিয়ে। কিন্তু ফিৰতৰ বাবদ প্ৰণ্য বিলৰ হিচাপ ডেবিট কৰা হয়।

(g) A chequed of Rs 500 recived from Dimbeswar Das was discounred by bank but this amount was wrongly debited in Remuncration Account.

ডিবেশ্বৰ দাসৰ পৰা পোৱা 500 টকাৰ চেক বেংকে  প্ৰত্যাখ্যান কৰিলে, কিন্তু এই পৰিমাণে ভুলতে বানচ হিচাপত ডেবিট কৰা হয়।

Ascertain the amount of diffetrent in yhe Triual Balance Show the Suspense  

Account opended by the Book-keeper and give the journal entries to rectify the above errors.

 উদ্বৃত্ত ম্লনপত্ৰৰ পাৰ্থক্য কিমান আছিল নিৰুপণ কৰা। হিচাপৰক্ষকে খোলা স্থগিত হিচাপটো দেখুওৱা আৰু উক্ত ভুলসমূহ শুদ্ধ কৰিবৰ বাবে শপদ্ধৰণী প্ৰৱষ্টিসমূহ দেখুওৱা।

 35. T2he Trial Balance of Kothar Brothers as on 31.3.2008 did not agree The different was put in the Surpense Account and the following Trial Balance was drafted..

 কোঠাৰী ব্ৰাদাৰ্চৰ 31.3.2008 তাৰিখচ প্ৰস্তুত কৰা উদ্বৃত্ত মিলনপত্ৰখন নিমিলিলে। পাৰ্থক্য পৰিমাণ স্থগিত হিচাপত দি উদ্বৃক্ত মিলন পত্ৰখন ওলত দিয়া দৰে প্ৰস্তুত কৰিলে:

 (a) Goods drawn by the propreitor for personal use Rs, 1,500 have not at all beeen recorded.

মালিকে নিজৰ ব্যৱহাৰৰ বাবে নিয়া 1,500 টকাৰ পণ্য হিচাপত লোৱা নহল।

(b)Goods sold to Bikash for Rs,  1.250  on credite to Bibek for 250 only.

বিকাশক  1.250 টকাৰ পণ্য বাকীত বিক্ৰী কৰা হৈছিল কিন্তু ইয়াক বিবেকৰ হিচাপত 250 টকা হিচাপে ডেবিট কৰা হল।

(c) Wag3es paid for making furniture Rs,500 was debite to Salaries ban Wages Account.

আচবাবপত্ৰৰ বনাওঁতে  আদায় দিয়া 500 টকাৰ মজুৰী দৰমহা দিচাপত ডেবিট কৰা হৈছিল।

(d) Goods Purchase from Harsh, a debtor for Rs 500 was debited to Harish Account.

অৰুণৰ পৰা 2,500 টকাৰ পণ্য বাকীত কিনা হৈছিল, আৰু ইয়াক ভুলতে তেওঁৰ হিচাপত ডেবিট কৰা হৈছিল।

(e)Goods purchase from Arun for Rs. 2,500 on credit aws wrongly debited to his account.

অৰুণৰ পৰা 2,500টকাৰ পণ্য বাকীত কিনা হৈছিল, আৰু ইয়াক ভুলতে তেওঁৰ হিচাপত ডেবিট কৰা হৈছিল।

(f)  A credit sale of Rs, 1,500 was recorded DFay Book and a credit purchase of Rs, 2,000 was enterexd in Sales Book.

1,500 টকাৰ বাকী বিক্ৰী ক্ৰয় বহীত আৰু  2,000  টকাৰ বাকী ক্ৰয় বিক্ৰয় বহীত লিখা হল।

You are requirerd to pass the rectification entries and redracft the balance.

ভুল শুধৰযণী প্ৰৱষ্টি দিয়া আৰু উদ্বৃত্ত মিলনপৈত্ৰখন পুনৰ প্ৰস্তুত কৰা।

36. An accounttant could not agree his trial balance as on 31.3.2008 The differenece was put to a Suspence Account, During the next financial year, the following errors were  discovered:

এখন গাণনিকে 31.3.2008 তাৰিখে তেওঁৰ উদ্বৃত্ত মিলনপত্ৰখন মিলাব নোৱাৰিলে। তেওঁ পাৰ্থক্যখিনি স্থগিত হিচাপত থলে। পিছৰ বিত্তীয় বছৰত নিম্নলিখিত ভূলসমূহ ধৰা পেলোৱা হল:

(a) The total of the Purchase book of one page Rs 4,539 was carried forward to the next page as Rs 4,593.

ক্ৰয়বহীৰ এটা পৃষ্টাৰ মুঠ পৰিমাণ  4,539 টকা পিছৰ লপৃষ্ঠালৈা স্থানান্তৰ কৰোঁতে 4,593. টকা লিখা হল।

(b) A sale of Rs 573 was entered in thye Sales Book as Rs 753 and posted to the credit of the customer.

573 টকাৰ বাকী বিক্ৰী বিক্ৰয়বহীত 753 টকা লিখা হল আৰু ইয়াক গ্ৰাহকজনৰ হিচাপত ক্ৰেডিট কৰা হল।

(c)A return to a creditor Rs 510 was entered in the Return Ihward Book, however the creditor's account was correctly posted.

এজন পাওনাদাৰলৈ পণ্য ফিৰৎ ুঠোৱা হৈছিল আৰু ইয়াক বিক্ৰয় ফিৰৎ  বহীত লিপিবদ্ধ কৰৈা হল। অৱশেযে পাওনাদাৰজনৰ শুদ্ধলৈ খতিয়নভুক্তি কৰা হৈছিল।

(d) Cash  received from Mahesh Rs, 620 was posted to the debit of Mukesh.

মহেশৰ পৰা নগদ 620 টকা পোৱা হৈছিল আৰু ইয়াক মুকেশৰ হিচাপত ডেবিট কৰা হৈছিল।

(e) Goods worth Rs, 840 were despatched to a customer before the close of the year but no invoice was made out.

বছৰৰ শেষত 840 টকাৰ পণ্য গ্ৰাহকলৈ পঠোৱা হৈছিল , কিন্তু ইয়াৰ বি ডক প্ৰস্তুত কৰা হোৱা নাছিল।

You are required to give Journal entries to rectify the errors in a way so as to show the current year's profit or loss correctly. 

ভৃলসমূহ শুধাৰাবৰ বাবে জাবেদা  প্ৰৱষ্টি দিয়া যাতে ই বৰিতমান বছৰৰ লাভ বা লোকচানৰ পৰিমাণ সঠিকভাৱে দেখুৱাব পাৰে।

 37. Mr Uttam Rai closed his books of  account on 31st March, 2008 in spite of a different in the 

Trial Balance. The different was Rs. 830 the credits being short it was carried forward to a Suspence Account In 2008-09 the following errors were located:

মিঃ উত্তম ৰায়ে  2008 31মাৰ্চত উদ্বৃ্ত্ত মিলনপত্ৰত পাৰ্থক্য থকা সত্ত্বেত্ত তেওঁ হিচাপৰ বহী সামৰিলে। পাৰ্থক্য পৰিমাণখিনি আছিল 830টকা ক্ৰেডিট কম, ইয়াক স্থগিত হিচাপত স্থানান্তৰ কৰা হল। 2008-09 চনৰ বিত্তীয় বছৰটোত নিম্নলিখিত ভুলসমূহ ধৰা পৰিল:

(a) A sale of Rs 2,300 to Nilakshi was posted to credit of HImakshi

 2,300 টকাৰ পণ্য নিলাক্ষীক বিক্ৰী কৰা হৈছিল আৰু ইয়াক হিমাক্ষীৰ হিচাপত ক্ৰেডিট কৰা হৈছিল।

(b) The total of the Returns Inward Book for June 2007 Rs, 1,240 was not posted in the Ledger

2007 চনৰ জুন মাহৰ বিক্ৰয় ফিৰৎ বহীৰ মুঠ 1,240 টকা খতিয়নভুক্ত কৰা নহল।

(c) Freight paid on a machine Rs, 5,600 was posted to the Frwight Account as Rs 6,500

 যন্ত্ৰপাতিৰ বাবে গাড়ীভাড়া 5,600 টকা আদায় দিয়া হৈছিল আৰু ইয়াক গাড়ীভাড়া হিচাপত 6,500 টকাৰে খতিয়নভুক্ত কৰা হল।

(d) While carrying forward the total in the Purchase Account to the next page Rs, 65,590 was written of Rs, 56,950.

 ক্ৰয় হিচাপৰ এটা পৃষ্ঠাৰ মুঠ পৰিমাণ  56,950 টকা পিছৰ পৃষ্ঠাত 65,590 টকা বুলি লিখা হৈছিল।

(e) A sale of machine on credit to Mr. Mahanta for 
Rs. 9,000 was not entered in the page books at all The book value of the Machine was Rs, 7,500

 ম্ঃ মহন্তক 9,000 টকাত এটা যম্ত্ৰবাকীত বিক্ৰী কৰা হৈছিল কিন্তু  ইয়াক হিচাপত লিখা নহল। যন্ত্ৰটোৰ বহী মৃল্য আছিল 7,500 টকা। 

pass Journal entries torectify the errors, Have you any comments to make?  

ভুলসমূহ শুদ্ধ কৰিবৰ জাবেদা প্ৰৱষ্টি দিয়া। তোমাৰ এই সংক্ৰান্তত কিবা মন্তব্য আছেনেকি।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type-Suman Kakati 



Post ID :DABP003621