ৰেচন কাৰ্ডৰ বাবে আবেদন 

প্ৰতি,

       ৰেচনিং অফিচাৰ

মহাশয়,

    মোৰ ৰেচন কাৰ্ডখন পুৰণি হোৱাৰ কাৰণে পাঠবোৰ ফালি-চিগি গৈছে আৰু লগতে ময়লা হৈ পৰিছে। সেয়েহে বৰ্তমান কাৰ্ডখন পৰিৱৰ্তন কৰিব লাগে। অনুগ্ৰহ কৰি আপুনি মোৰ ৰেচন কাৰ্ডখন পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত ললে মই নথৈ সুখী হম।

ইতি, 

আপোনাৰ বিশ্বাসী

নাম-

ঠিকনা-


















Type- Chinmay Kakati