Barpeta Girls' College, Barpeta



বৰপেতা ছোৱালী মহাবিদ্যালখন 1978 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খনে এইচ.এছ. আৰু ইউ.জি. পৰ্যায়ত কলা আৰু বাণিজ্যৰ অনুষদক লৈ বিভিন্ন বিষয়ত উচ্চ শিক্ষাৰ প্ৰদান কৰি আহিছে আৰু আই.চি.টি বৰপেতা ছোৱালী মহাবিদ্যালয়খনে কেন্দ্ৰৰ জৰিয়তে বিনামূলীয়া কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে। 

আপোনলোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথয দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type-Suman Kakati