Behali Degree College, Borgang (Sonitpur) 


বেহালি ডিগ্ৰী মহাবিদ্যালয়খন 1989 চনত স্থাপিত হৈছিল ই অসমৰ শোণিতপুৰত অৱস্থিত। মহাবিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম হল ড. জীবান চন্দ্ৰ নাথ,  বেহালি ডিগ্ৰী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকূত। 2009-10 বৰ্ষত ডিগ্ৰী মুখ্য বিষয়াত বেহালী ডিগ্ৰী মহাবিদ্যালয় উত্তীৰ্ণৰ 100 শতাংশত আছিল। মহাবিদ্যালয়খনে উচ্চ শিক্ষাৰ সৰ্বোচ্চ গোলকীয় মানদণ্ড আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতি বজাই ৰাখিছিল। 

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।

Type- Suman kakati




Post ID : DABP004974