ভোগালী বিহুৰ শুভকামনা
সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ অপায় অমঙ্গল সকলোৰে জীৱনলৈ বৈ আহক শান্তিৰ সোঁত তাৰেই কামনাৰে জনালো ভোগালী বিহুৰ শুভকামনা । এই নতুন বছৰটো যাতে শান্তিৰ হৈ তাৰেই কামনা কৰিলো Happy Magh Bihu Daily Assam পৰিয়াল ফালৰ পৰা।
Type-Bharat Kalita
Morigaon Assam