পাঠ ১১
পৰিসীমা আৰু কালি
অনুশীলনী 11.3


1. শুদ্ধ উত্তৰটো লিখাঃ
(i) 10.5 চে মি ব্য়াসাৰ্ধৰ বৃত্ত এটাৰ কালি হ'ব
(a) 346.5 বৰ্গ চে মি
(b) 340.5 বৰ্গ চে মি
(c) 34.65 বৰ্গ চে মি
(d) 34.05 বৰ্গ চে মি


উত্তৰঃ 346.5 বৰ্গ চে মি



(ii) বৃত্তাকৃতিৰ কাগজ এখনৰ কালি 616 বৰ্গ চে মি হ'লে কাগজখনৰ ব্য়াসাৰ্ধ হ'ব
(a) 7 চে মি
(b) 28 চে মি
(c) 14 চে মি
(d) 3.5 চে মি

উত্তৰঃ 14 চে মি



3. তলৰ বৃত্তবোৰৰ কালি দিয়া আছে ব্যাসাৰ্ধ আৰু ব্যাস নিৰ্ণয় কৰা।
(a) 154 বৰ্গ চে মি













































∴ বৃত্তটোৰ ব্য়াসাৰ্ধ (r) 5 চে মি
আৰু ব্য়াস 10 চে মি



4. 3 মিটাৰ ব্য়াসৰ এখন বৃত্তাকাৰ টেবুলত ৰং লগাওঁতে কিমান খৰচ হ'ব, যদিহে প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 30 টকা।
























5. এটা বৃত্তৰ ব্য়াসাৰ্ধ 84 চে মি আৰু আন এটা বৃত্তৰ ব্য়াসাৰ্ধ 91 চে মি। দ্বিতীয় বৃত্তটোৰ কালি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা।



















6. 28 চে মি তাঁৰেৰে তৈয়াৰ কৰা বৃত্ত এটা ভাঁজ কৰি এটা বৰ্গ তৈয়াৰ কৰা হ'ল।
(a) বৰ্গ আৰু বৃত্তৰ কালি নিৰ্ণয় কৰা। (b) কোনটোৰ কাি বেছি হ'ব আৰু কিমান বেছি?





















7. তলৰ চিত্ৰবোৰৰ আঁচটনা অংশৰ কালি উলিওৱা।









































8. এখন বৃত্তাকৃতিৰ ফুলনিৰ বাহিৰৰ চাৰিওফালে 1 মিটাৰ বহল ৰাস্তা এটা আছে। ফুলনিখনৰ ব্য়াস 66 মিটাৰ। ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা।



 










9. এটা বৃত্তৰ পৰিধি 31.4 চে মি। বৃত্তটোৰ ব্য়াসাৰ্ধ আৰু কালি নিৰ্ণয় কৰা।

























10. 6 চে মি বাহুৰ বৰ্গাকৃতি এলুমিনিয়ামৰ পাত এখিলাৰ পৰা 2 চে মি ব্য়াসাৰ্ধৰ বৃত্ত এটা কাটি উলিয়াই দিয়া হ'ল। ৰা যোৱা এলুমিনিয়াম পাতখিলাৰ কালি কিমান?





















11.  21 চে মি ব্য়াসৰ অৰ্ধবৃত্ত এটাৰ পৰিধি আৰু কালি নিৰ্ণয় কৰা।









12. বৃত্তাকৃতিৰ কাঁহী এখনৰ কালি 38.5 বৰ্গ চে মি। কাঁহীখনৰ পৰিধি কিমান হ'ব?


























13. 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তা বন্ধা হৈছে। ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা।


















14. 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ সোঁমাজেৰে 1 মিটাৰ বহলৰ দুটা পদপথ লম্বভাৱে কটাকৈ নিৰ্মাণ কৰা হৈছে।
(i) পদপথৰ কালি নিৰ্ণয় কৰা
(ii) বাকী অংশৰ প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ 40 টকাকৈ খৰচ হ'লে মুঠ খৰচ কিমান হ'ব?




















15. এখন 125 মিটাৰ দৈৰ্ঘ্য় আৰু 65 মিটাৰ প্ৰস্থৰ আকৃতিকাৰী উদ্য়ানৰ বাহিৰৰ চাৰিওফালে 3 মিটাৰ বহলৰ ৰাস্তা আছে। এই ৰাস্তাটোৰ কালি উলিওৱা।





16. 10 মিটাৰ দৈৰ্ঘ্য়ৰ আৰু 5 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ পাত এখিলাৰ পৰি 2 মিটাৰ ব্য়াসাৰ্ধৰ বৃত্ত দুটা কাটি পেলাই দিয়া হ'ল। আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান হ'ব?

















17. এটা 5.5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল কোঠাৰ চাৰিওফালে সংলগ্ন কৰি 2.25 মিটাৰ বহল এখন বাৰাণ্ডা বনোৱা হ'ল।
(i) বাৰাণ্ডাৰ কালি উলিওৱা
(ii) প্ৰতি বৰ্গ মিটাৰত 200 টকাকৈ খৰচ হ'লে বাৰাণ্ডাখনৰ মজিয়া পকী কৰোঁতে খৰচ কিমন হ'ব?