পাঠ ১২
বীজগণিতীয় ৰাশি
অনুশীলনী 12.1


1. তলৰ ক্ষেত্ৰবোৰত চলক, ধ্ৰুৱক আৰু পাটিগণিতৰ প্ৰক্ৰিয়া ব্য়ৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ লিখা।
(i) x চলকটোক x ৰে পূৰণ কৰি 2 যোগ কৰা।



(ii) a আৰু b ৰ যোগ ফল
⇒ a + b

(iii) x ৰ পৰা 7 বিয়োগ
⇒ x - 7

(iv) y ৰ পৰা z বিয়োগ
⇒ y - z

(v) 'x' ৰ বৰ্গক yৰে পূৰণ; পূৰণফলৰ লগত z ৰ যোগ



(vi) x আৰু yৰ পূৰণফলৰ আধা



(vii) y আৰু z ৰ ফূৰণফলৰ পৰা y আৰু z ৰ যোগফল বিয়োগ
⇒ yz - ( y + z )

(viii) xক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ



(ix) xৰ 3 গুণৰ সৈতে z যোগ
⇒ 3x + z

(x) x ৰ লগত 6 যোগ কৰি, যোগফলক 3 ৰে হৰণ



(xi) x ক 5 ৰে পূৰণ কৰি; পূৰণফলৰ বৰ্গ


(xii) x ৰ বৰ্গৰ সৈতে 5 পূৰণ




2. 5 টা পাত্ৰত প্ৰতিটোত 'n' টাকৈ চকলেট আছে।
(i) যদি প্ৰতিটো পাত্ৰত আকৌ 2 টাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব?
⇒ 5 ( n + 2 )

(ii)  যদি n =10 হয়, তেন্তে সৰ্বমুঠ চকলেট কিমানটা হ'ব?
⇒ 5 ( n + 2 )
    = 5 ( 10 + 2 )
    = 5 x 12
    = 60


3. তলৰ চিত্ৰটোত কেইটামান বল শাৰী আৰু স্তম্ভত সজোৱা আছে।সৰ্বমুঠ বলৰ সংখ্য়া বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা।





















4. তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা। বৃক্ষ চিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুওৱা।















5. তলত দিয়া তালিকাকেইখন সম্পূৰ্ণ কৰা।
(a)














(b)















(c)














6. তলত দিয়া ৰাশিবোৰ একপদ, দ্বিপদ, ত্ৰিপদ ৰাশি হিচাপে শ্ৰেণীভুক্ত কৰা।





















7. (a) তলত দিয়া যোৰবোৰ সদৃশ নে বিসদৃশ লিখা














(b) তলৰ পদসমূহৰ পৰা সদৃশ পদবোৰ বাছি উলিওৱাঃ