পাঠ ৯
পৰিমেয় সংখ্য়া
অনুশীলনী 9.1

1. তলত দিয়া বাক্য়বিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা 一
(i) সকলো স্বাভাৱিক সংখ্য়াই অখণ্ড সংখ্য়া।
উত্তৰঃ শুদ্ধ।

(ii) এটা অখণ্ড সংখ্য়া স্বাভাৱিক সংখ্য়া নহ'বও পাৰে।
উত্তৰঃ শুদ্ধ।

(iii) এটা সংখ্য়া যদি পৰিমেয় হয়, তেন্তে সেই সংখ্য়াটো অখণ্ড সংখ্য়া হ'বই।
উত্তৰঃ অশুদ্ধ।

(iv) দুটা অখণ্ড সংখ্য়াৰ মাজত অসংখ্য় পৰিমেয় সংখ্য়া থাকে।
উত্তৰঃ শুদ্ধ।

(v) সকলো ভগ্নাংশই অখণ্ড সংখ্য়া।
উত্তৰঃ অশুদ্ধ।

(vi) সকলো ভগ্নাংশই পৰিমেয় সংখ্য়া।
উত্তৰঃ শুদ্ধ।

(vii) 0 সংখ্য়াটো পৰিমেয় সংখ্য়া।
উত্তৰঃ শুদ্ধ।

(viii) প্ৰত্য়েকটো অখণ্ড সংখ্য়াই পৰিমেয় সংখ্য়া।
উত্তৰঃ শুদ্ধ।


2. তলৰ প্ৰতিটোৰ বাবে 3 টাকৈ সমতুল্য় পৰিমেয় সংখ্য়া লিখা (মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্য়াৰ সমতুল্য় অসংখ্য় পৰিমেয় সংখ্য়া আছে।)












3. তলৰ যোৰকেইটা সমতুল্য হয়নে?











4. সমতুল্য হ'বলৈ x আৰু y ৰ ঠাইত কি বহুৱাব লাগিব?













5. আদৰ্শ ঠাঁচ (বা প্ৰামাণিক আৰ্হিত) প্ৰকাশ কৰা一















6. প্ৰতিযোৰৰ কোনটো পৰিমেয় সংখ্য়া সৰু নিৰ্ণয় কৰা।





















7. তলৰ পৰিমেয় সংখ্য়াবিলাকৰ মাজত থকা 5 টা পৰিমেয় সংখ্য়া লিখা। ( মনত ৰাখিবা তলৰ প্ৰতিযোৰ পৰিমেয় সংখ্য়াৰ মাজত বহুতবোৰ পৰিমেয় সংখ্য়া আছে।




















8. সংখ্য়াৰেখাত তলত দিয়া পৰিমেয় সংখ্য়াকেইটা বহুওৱা 一




















































Post ID : DABP003312